ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Narendra Modi: সিংহৰ ফটো তুলিলে প্ৰধানমন্ত্ৰী মোদীয়ে

গাড়ীৰ সন্মুখত এহাল সিংহ! গিৰ ছাফাৰীত পিএম মোদীয়ে ফটো তুলিলে সিংহৰ।(Narendra Modi) গুজৰাটত পুৱা জংঘল ছাফাৰী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

Oscars 2025: ২০২৫ বৰ্ষৰ অস্কাৰ বঁটা ঘোষণা, ২০২৫ চনৰ অস্কাৰত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে‘ANORA’ই

২০২৫ বৰ্ষৰ অস্কাৰ বঁটা ঘোষণা কৰা হ'ল।(Oscars 2025) শ্ৰেষ্ঠ অভিনেতাৰ বঁটা এড্ৰিয়ান ব্ৰডীলৈ।শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা মিকি মেডিচনলৈ।

Volodymyr Zelenskyy: ড’নাল্ড ট্ৰাম্পৰ সৈতে বিবাদৰ পাছত ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাষ চাপিল জেলেনস্কি !

ব্ৰিটেইনে ইউক্ৰেইনক ২৪ হাজাৰ কোটি টকাৰ ঋণ দিছিল, আমেৰিকাত হোৱা বিবাদৰ পিছত জেলেনস্কিয়ে পুনৰ হাঁহিছে। (Volodymyr Zelenskyy)

The Modi Diet: ‘দ্য মোডী ডায়েট’ এ সলনি কৰিব অস্বাস্থ্যকৰ খাদ্যাভ্যাস! কি খাব লাগে, ক’লে…

'মোডী ডায়েট'ই সলনি কৰিব অস্বাস্থ্যকৰ খাদ্যাভ্যাস! কি খাব লাগে, ক'লে ‘জীৱনশৈলীৰ গুৰু’জনে।(The Modi Diet)

Trump-Zelensky: ড’নাল্ড ট্ৰাম্প আৰু জেলেনস্কিৰ মাজত তীব্ৰ বাকযুদ্ধ!

হোৱাইট হাউছত ৰুছ-ইউক্ৰেইনৰ যুদ্ধ অৱসানক লৈ বৈঠক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত তীব্ৰ বাক-বিতণ্ডা। জেলেনস্কিক যুদ্ধ অৱসানৰ পৰামৰ্শ দিছিল ড'নাল্ড ট্ৰাম্পে। ইয়াৰ পাছতে দুয়োৰে মাজত তীব্ৰ বাকযুদ্ধ।(Trump-Zelensky)

Popular