ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Delhi Stampede: নতুন দিল্লী ৰে’লৱে ষ্টেচনত ১৮গৰাকী লোকৰ মৃত্যু

নতুন দিল্লী ৰে’লৱে ষ্টেচনত ভয়ংকৰ ঘটনা। (Delhi Stampede)হেঁচা-ঠেলাত পদপিষ্ট হৈ ১৮গৰাকী লোকৰ মৃত্যু। ১৫জনতকৈও অধিক লোক আহত হৈছে।

Kangana Ranaut: হিমাচলত নিৰামিষ ৰেষ্টুৰেণ্ট খুলিলে সাংসদ কংগনা ৰানাৱতে, প্ৰংশসা কৰিলে কংগ্ৰেছে!

কংগনা ৰানাৱত নিজৰ স্পষ্টবাদী শৈলীৰ বাবে সদায় বাতৰিৰ শিৰোনামত থাকে। কোনো বিষয়ত কথা ক’বলৈ তেওঁ কুণ্ঠাবোধ নকৰে।(Kangana Ranaut)

PM Narendra Modi: আমেৰিকাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰবাসী ভাৰতীয়ই জনালে উষ্ম আদৰণি !

আমেৰিকাত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, আজিৰে পৰা আৰম্ভ হ’ব তেওঁৰ কাৰ্যসূচী।(PM Narendra Modi)

G20: জি-২০ক বৰ্জন আমেৰিকাৰ!

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত জি-২০ দেশৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ’ব। আমেৰিকাই এই সন্মিলন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে।(G20)

Sachin Tendulkar: পৰিয়ালসহ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত শচীন তেণ্ডুলকাৰ

বিশ্বৰ শ্ৰেষ্ঠ বেটছমেন শচীন তেণ্ডুলকাৰ পৰিয়ালসহ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। এই উপলক্ষে শচীনেও এক অনুষ্ঠানত নিজৰ অভিজ্ঞতা ব্যক্ত কৰে।(Sachin Tendulkar)

Popular