Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
অগ্নিগৰ্ভা পৰিস্থিতিৰ পাছত কাৰ্বি প্ৰতিনিধিৰ সৈতে দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক, লোৱা হ’ল একাধিক সিদ্ধান্ত
তিৱা–ৰাভা–মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক স্বীকৃতিৰ দিশে অগ্ৰগতি, কেন্দ্ৰৰ সৈতে আলোচনাৰ আশ্বাস দিলে গৃহমন্ত্ৰী অমিত শ্বাহে
২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল নিৰ্ধাৰণলৈ অসমত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন ।
Donald Trump: আমেৰিকাৰ সোণালী যুগ মাত্ৰ আৰম্ভ হৈছে: ড’নাল্ড ট্ৰাম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে ট্ৰাম্পৰ শপতগ্ৰহণ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 21, 2025
আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ ড'নাল্ড ট্ৰাম্পৰ।(Donald Trump) ট্ৰাম্পৰ লগতে শপত ল'লে উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও। দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে পাঠ কৰোৱালে শপত বাক্য।
Sanjay Roy: দেশ কঁপোৱা আৰ জি কৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড সঞ্জয় ৰয়ৰ যাৱজ্জীৱন কাৰাদণ্ড!
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 20, 2025
দেশ কঁপোৱা আৰ জি কৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ড দিলে আদালতে। শনিবাৰে আদালতে দোষী সাব্যস্ত কৰিছিল সঞ্জয় ৰয়ক।(Sanjay Roy)
Nita Ambani’s Fashion: ট্ৰাম্পৰ নিমন্ত্ৰণত বিশেষ ৰাতিৰ আহাৰত আম্বানী দম্পতী
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 20, 2025
ইতিমধ্যে নীতাক ‘ফেশ্বন আইকন’ হিচাপে পৰিচিত। আকৌ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিমন্ত্ৰণ! সৰু ফুট, পাতল লিপষ্টিক আৰু ৰেচমৰ শাৰী পিন্ধি তাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে।(Nita Ambani’s Fashion)
Donald Trump: ট্ৰাম্পৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ টিকটৰ মূল্য ৮.৬৫ মিলিয়ন টকা! ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত কি কি খাদ্য আছে?
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 19, 2025
Donald Trump: ট্ৰাম্পৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ টিকটৰ মূল্য ৮.৬৫ মিলিয়ন টকা! ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত কি কি খাদ্য আছে?
Israel Hamas: ১৫ মাহৰ পিছত গাজাত ইজৰাইল-হামাছৰ যুদ্ধৰ অন্ত, আজি মুকলি হ’ব ৩ জন ইজৰাইলী পণবন্দী!
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 19, 2025
আজিৰে পৰা ইজৰাইল-হামাছৰ মাজত আৰম্ভ যুদ্ধবিৰতি৷ অৱশেষত শান্ত হ’ল ডেৰ বছৰ ধৰি চলা যুদ্ধৰ পৰিৱেশৰ৷ আজি ৩৩ জনীয়া পণবন্দীৰ দলক ইজৰাইলক ঘূৰাই দিব হামাছে৷(Israel Hamas)
1
...
116
117
118
...
1,084
Page 117 of 1,084
Popular
শিক্ষাবিদ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যৰ গ্ৰন্থ ব্যাকৰণৰ আদিপাঠ উন্মোচন ।
দৈনন্দিন বাৰ্তা
-
December 27, 2025