ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Kinnar:গোগামুখত কিন্নৰ বনাম কিন্নৰ

কিন্নৰ বনাম কিন্নৰৰ(Kinnar) মাজৰ মাৰপিট তথা কাজিয়াই গোগামুখত(Gogamukh) তুমুল আলেড়নৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণি মতে ধেমাজি জিলাৰ ভিন্ন ৰে’ল ষ্টেচনত ধেমাজি জিলাৰ চিলপথাৰৰ অনন্ত টায়ে আৰু জোনাই মুৰ্কংচেলেকৰ নয়ন পেগু সহিতে বহুকেইজন ভুবা কিন্নৰে নিজকে  কিন্নৰ বুলি  পৰিচয় দি বহু মানুহৰ পৰা ধন দাবী কৰি আহিছিল৷

Solo Painting Exhibition:শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেŽত্ৰত চিত্ৰশিল্পী পুষ্প গগৈৰ ‘একক চিত্ৰ প্ৰদৰ্শনী’

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যক ভাল পোৱা স্ব-শিক্ষিত শিল্পী ড০ পুষ্প গগৈৰ(Dr. Pushpa Gogoi) একক চিত্ৰ প্ৰদৰ্শনী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কলা ভৱনত চলি আছে।(Solo Painting Exhibition) বুধবাৰে বিয়লি চাৰি বজাত আৰম্ভ হোৱা চিত্ৰ প্ৰদৰ্শনীখনৰ দ্বাৰ মুকলি কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ(Srimanta Sankardev Kalakshetra) সচিব সুদৰ্শন ঠাকুৰে।

Farmers Protest: কৃষক বিদ্ৰোহত উত্তপ্ত পাঞ্জাৱ-হাৰিয়ানা! আজিৰে পৰা ‘দিল্লী চলো’ অভিযান

যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰাই শম্ভূ সীমান্তত বিক্ষোভ অব্যাহত ৰাখিছে কৃষকে। কিন্তু আজি প্ৰথমবাৰলৈ হাতত লৈছে দিল্লী যাত্ৰাৰ কাৰ্যসূচী। ইফালে আইন-শৃংখলাজনিত পৰিস্থিতিক লৈ অধিক কঠোৰ প্ৰশাসন।(Farmers Protest)

Devendra Fadnavis: বহু জল্পনা-কল্পনাৰ অন্তত আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব দেৱেন্দ্ৰ ফাড়নাবিছে

তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল’ব দেৱেন্দ্ৰ ফাড়নাবিছে। সন্ধিয়া ৫.৩০ বজাত আজাদ ময়দানত শপতগ্ৰহণ অনুষ্ঠান।(Devendra Fadnavis)

Dr. BR Ambedkar:প্ৰবাদপুৰুষ ড° বি আৰ আম্বেদকাৰ

মহান পুৰুষৰ জন্ম সমাজৰ হিতৰ কাৰণে হয়।(Dr. BR Ambedkar) এই কথা সৰ্বজন বিদিত। এনে মহান পুৰুষসকলে(Legendary man) এটা জাতিয়েই নহয় সামগ্ৰীকভাৱে জনসমাজৰ কল্যাণ সাধনত মূখ্য ভূমিকা গ্ৰহণ কৰে।

Popular