ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

PM’s message to Pakistan: সন্ত্ৰাসবাদীলৈ কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰীৰ, সেন্দূৰ মোৰ তেজে তেজে প্ৰবাহিত হৈ আছে: প্ৰধানমন্ত্ৰী মোদী

পাকিস্তানৰ বিৰুদ্ধে সৰব হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী।(PM’s message to Pakistan)সিন্দূৰ অভিযানৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে ৰাজস্থানৰ ভূমিত উপস্থিত হয়।

Indian delegations meet Japan, UAE: পাকিস্তানক শলঠেকত পেলাবলৈ সংযুক্ত আৰব গণৰাজ্য, জাপানত ভাৰতৰ প্ৰতিনিধি দল, দুয়োখন দেশৰ বিষয়াৰ সৈতে বৈঠক

পাকিস্তানৰ বিৰুদ্ধে(Indian delegations meet Japan, UAE) প্ৰচাৰ চলাবলৈ ইতিমধ্যে ভাৰতৰ এটা প্ৰতিনিধি দল সংযুক্ত আৰব গণৰাজ্যত আৰু আন এটা দলে জাপানত উপস্থিত হৈছে।

Pak ISI: ভাৰতত বৃহৎ কূটাঘাতৰ পৰিকল্পনা! দিল্লীত ধৰা পৰিল ISI এজেণ্ট, পাকিস্তানলৈ পলায়নৰ পূৰ্বে গ্ৰেপ্তাৰ নেপালী মূলৰ চোৰাংচোৱা

পাকিস্তানৰ চোৰাংচোৱা(Pak ISI) সংস্থা আই এছ আইয়ে ভাৰতত বৃহৎ বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পৰিকল্পনা কৰিছিল।

Waqf: ৱাকফ গোচৰঃ তিনিদিন ধৰি একেৰাহে শুনানি গ্ৰহণৰ পিছত অন্তৱৰ্তীকালীন ৰায়দান স্থগিত ৰাখিলে উচ্চতম ন্যায়ালয়ে

সংশোধিত ৱাকফ আইনখনৰ বৈধতা সন্দৰ্ভত সকলো পক্ষৰ যুক্তি শুনানি গ্ৰহণ কৰে আদালতে।(Waqf) বৃহস্পতিবাৰৰ শুনানিৰ অন্তত স্থগিত ৰখা হয় অন্তৱৰ্তীকালীন ৰায়দান।

NASA Warns: দূৰত্ব গতিৰে পৃথিৱী অভিমুখে আহি আছে এটা বিশাল গ্ৰহাণু, ২৪ মে’ৰ বিয়লি নিচেই কাষ চাপিব পৃথিৱীৰ

আইফেল টাৱাৰৰ আকাৰৰ এটা গ্ৰহাণু(NASA Warns)পৃথিৱীৰ ফালে হুৰহুৰাই আহি আছে। নাছাই ঘোষণা কৰিছে যে এই গ্ৰহাণুটো পৃথিৱীৰ অতি ওচৰেৰে পাৰ হ’ব। এই গ্ৰহাণুটোৰ নাম ৩৮৭৭৪৬।

Popular