ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Trump: কিমৰ সৈতে প্ৰত্যক্ষ আলোচনাত গুৰুত্ব আৰোপ কৰিছে ট্ৰাম্পৰ দলে

আমেৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দলে উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ সৈতে প্ৰত্যক্ষ আলোচনাৰ কথা কৈছে।সূত্ৰ অনুসৰি যদিও নীতিগত আলোচনা চলি আছে, তথাপিও...

Kaziranga । কাজিৰঙাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা

Kaziranga। ৰাজ্য়খনৰ পৰ্যটন ক্ষেত্ৰৰ বাবে ভাল খবৰ । পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে পৰ্যটন ক্ষেত্ৰসমূহত দেশী বিদেশী পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

Imran Khan । ইমৰাণ খানৰ বিৰুদ্ধে কোন দেশৰ সেনাই দিলে “শ্বু/ট-এ/ট-চা/ই/ট”ৰ নি/ৰ্দে/শ !

পাকি/স্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক (Imran Khan) মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদৰ মাজতে পাকিস্তানৰ ৰাজধানী ইছলামবাদত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাত চৰকাৰে সেনাক হস্তক্ষেপ কৰাৰ নিৰ্দেশ দিয়ে। ইছলামবাগৰ ৰাজপথত প্ৰতিবাদকাৰীৰ আৰক্ষীৰ সৈতে সংঘৰ্ষত কমেও চাৰিজন পুলিচ আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু হয়। ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি ২৪৫ নং ধাৰাত “শ্বুট এট চাইট”ৰ নিৰ্দেশ জাৰি কৰে - যিটো সশস্ত্ৰ বাহিনীৰ বাবে “বাহ্যিক আগ্ৰাসন বা যুদ্ধৰ ভাবুকিৰ বিৰুদ্ধে পাকিস্তানক ৰক্ষা কৰিবলৈ” উদ্দেশ্য কৰা এটা দফা। সংবাদ মাধ্যমে সেনাবাহিনীৰ এই নিৰ্দেশত সৈনিকসকলক “কাকো ক্ষমা নকৰিবলৈ” নিৰ্দেশ দিছে।

National Dairy Day:শ্বেত বিপ্লৱৰ জনক, ভাৰতবৰ্ষৰ দুগ্ধ মানৱখ্যাত ড০ ভাৰ্গিজ কুৰিয়েনৰ জন্মবাৰ্ষিকী পালন

শ্বেত বিপ্লৱৰ জনক(Father of the White Revolution), ভাৰতবৰ্ষৰ দুগ্ধ মানৱখ্যাত(Famous Dairy man of India), পদ্মশ্ৰী আৰু পদ্মবিভূষণ বঁটা প্ৰাপক ড০ ভাৰ্গিজ কুৰিয়েনৰ(Dr. Virgil Kurien) জন্মবাৰ্ষিকী উপলক্ষে প্ৰতি বছৰে সমগ্ৰ দেশতে পালন কৰা হয় ৰাষ্ট্ৰীয় দুগ্ধ দিৱস(National Dairy Day)।

Maharashtra CM News: পদত্যাগ কৰিবলৈ সাজু নহয় শিন্দে; কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’বনে দেৱেন্দ্ৰ ফাড়নাবিছ নে একনাথ শিণ্ডে মুখ্যমন্ত্ৰী হৈ থাকিব? এই প্ৰশ্নৰ টাগ অফ ৱাৰ অব্যাহত আছে বিধানসভা নিৰ্বাচনত জয়ী হোৱা মহাযুতিত।(Maharashtra CM News)

Popular