ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Amit Shah Meet Vikrant Massey: ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ দলক সাক্ষাৎ গৃহমন্ত্ৰী অমিত শ্বাহৰ। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ প্ৰশংসাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উপভোগ কৰিলে...

বিক্ৰান্ত মেছিৰ ছবি ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ ছবিগৃহত মুক্তি পোৱাৰ ১ সপ্তাহ হ’ল। ৰাছি খান্না আৰু ৰিদ্ধি ডোগ্ৰাকো বিক্ৰান্ত মেছিৰ সৈতে ছবিখনত দেখা গৈছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ছবিখনৰ প্ৰশংসা কৰি টুইট কৰিছিল। শেহতীয়াকৈ অমিত শ্বাহে বিক্ৰান্ত আৰু একতা কাপুৰক সাক্ষাৎ কৰে।

Maharashtra & Jharkhand Assembly Elections Results: ৱায়ানাডত আগবাঢ়ি আছে প্ৰিয়ংকা গান্ধী, মহাৰাষ্ট্ৰত আগবাঢ়ি আছে বিজেপিৰ মিত্ৰজোঁট; কিন্তু ঝাৰখণ্ডত…

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ ফোট গণনা চলি আছে। ৱায়ানাদত প্ৰিয়ংকা গান্ধীয়ে বৃহৎ ব্যৱধানত আগবাঢ়ি আছে যদিও মহাৰাষ্ট্ৰত বিজেপিৰ মিত্ৰজোঁটে আগবাঢ়ি আছে, কিন্তু ঝাৰখণ্ডত প্ৰথম অৱস্থাত এন ডি এ আগবাঢ়ি আছিল যদিও গণনাৰ কাম আগবাঢ়ি যোৱাৰ লগে লগে যুঁজখন অধিক কটকটীয়া হৈ পৰিছে।(Maharashtra & Jharkhand Assembly Elections Results)

Udali Doctor Torture Case:উদালীৰ চিকিৎসক নিৰ্যাতন-কাণ্ডৰ ১২ অভিযুক্তক ১০ বছৰৰ জেল-জৰিমনা

১ জুন ২০২১ত হোজাই জিলাৰ লংকাৰ ফুলতলি(Phultali Model Hospital) আদৰ্শ চিকিৎসালয়ত(Udali Doctor Torture Case) থকা কভিড কেয়াৰ(COVID-19) কেন্দ্ৰত এগৰাকী কৰ্তব্যৰত চিকিৎসক সেউজ কুমাৰ সেনাপতি আৰু ললিতা ভৰালী নামৰ এগৰাকী নাৰ্ছৰ ওপৰত সংঘটিত বৰ্বৰ আক্ৰমণৰ ঘটনাত জড়িত মুঠ ১২ অভিযুক্তক শুকুৰবাৰে হোজাই জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে দোষী সাব্যস্ত কৰি এক ৰায়দান কৰে৷

Bengmara Cup 2024:২৪ নৱেম্বৰ পৰা ‘বেংমৰা কাপ-২০২৪’ ফুটবল প্ৰতিযোগিতা

অসম ফুটবল সন্থাৰ তত্বাৱধানত,সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানত, বেংমৰা স্পৰ্টচ এছ'চিয়েচনৰ সৌজন্যত, পানীতোলা স্পৰ্টচ একাডেমিৰ উদ্যোগত অষ্টম বাৰ্ষিক ৰাজ্যিক পৰ্যায় "বেংমৰা কাপ-২০২৪"(Bengmara Cup 2024) ফুটবল প্ৰতিযোগিতাখনি(Football Tournament) ২৪ নবেম্বৰ পৰা পানীতোলা স্পৰ্টচ ক্লাৱ খেলপথাৰত অনুষ্ঠিত হ'ব।

তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ’ব নেকি, ইউক্ৰেইনে কি দাবী কৰিছে

ইউক্ৰেইনস্কা প্ৰভাদা "ইউপি১০০" বঁটা প্ৰদান অনুষ্ঠানত ভাষণৰ সময়ত ভেলেৰী জালুজনীয়ে এই কথা কয়। বৰ্তমান ব্ৰিটেইনত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা প্ৰাক্তন সামৰিক সেনাধ্যক্ষগৰাকীয়ে কয়...

Popular