ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

pahalgam terror attack: পেহলগামৰ নাৰকীয় ঘটনাৰ পাৰ্শ্বক্ৰিয়াঃ বহু বিদেশী বিমান সংস্থাই এৰাই চলিছে পাকিস্তানৰ আকাশমাৰ্গ

পেহলগামৰ নাৰকীয় ঘটনাৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে(pahalgam terror attack)বহু বিদেশী বিমান সংস্থাই এৰাই চলিছে পাকিস্তানৰ আকাশমাৰ্গ ।

Mock Drill: যুদ্ধৰ চূড়ান্ত প্ৰস্তুতি! নিৰাপত্তা অনুশীলন কৰিবলৈ নিৰ্দেশ, ১৯৭১ চনত এনে অনুশীলন চলাইছিল ভাৰতে

ভাৰতে যুদ্ধৰ চূড়ান্ত প্ৰস্তুতি কৰিছে নেকি?(Mock Drill) এয়াই হৈছে এতিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্রশ্ন। সোমবাৰে সন্ধিয়া কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশৰ ফলত সেই জল্পনা-কল্পনা কেইবাগুণে বৃদ্ধি পালে।

Mock Drills: ৭ মে’ত দেশজুৰি হ’ব মকড্রিল: ১৯৭১ চনৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ এই নির্দেশনা

ৰাজ্যলৈ গৃহ মন্ত্ৰালয়ৰ জৰুৰী নিৰ্দেশনা।(Mock Drills) সাধাৰণ নাগৰিকক সজাগ আৰু সচেতনৰ বাবে মকড্ৰিলৰ নিৰ্দেশ। ৭ মে'ত দেশজুৰি হ'ব মকড্রিল।

Putin Calls PM Modi: যুদ্ধ ! ফোনত কি আলোচনা মোদী আৰু পুটিনৰ ?

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে বুলি সোমবাৰে দাবী কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে।(Putin Calls PM Modi)

ভাৰত-পাকিস্তান উত্তেজনা: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত আজিৰ ৰুদ্ধদ্বাৰ বৈঠক ।INDIA

ভাৰত-পাকিস্তান উত্তেজনা: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত আজিৰ ৰুদ্ধদ্বাৰ বৈঠক ।INDIA

Popular