ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Gautam Adani: ভতিজাক সাগৰ আদানি আৰু গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা

গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা। সৌৰশক্তিৰ প্ৰকল্পৰ চুক্তিৰ বাবে আমেৰিকাত ২০২৯ কোটি টকা উৎকোচ দিয়াৰ অভিযোগ। আদানিৰ ভতিজা সাগৰ আদানিৰ বিৰুদ্ধেও পৰোৱানা।(Gautam Adani)

Hair Dryer: সাৱধান! হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰে নেকি?হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰি আঙুলি হেৰুৱালে এগৰাকী মহিলাই

চীনত নিৰ্মিত হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰি আঙুলি হেৰুৱালে মহিলাই। কেমেই হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰি আঙুলি হেৰুৱালে মৃত সৈনিকৰ পত্নীয়ে।(Hair Dryer)

International-আত্মঘাতী গাড়ী বোমা আক্ৰমণত পাকিস্তানত নিহত ১২ জন সেনা জোৱান । Pakistan

(Pakistan) পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ বান্নু জিলাত কালি সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।বুধবাৰে বিষয়টো নিশ্চিত কৰি সেনা বিষয়াসকলে কয় যে আক্ৰমণকাৰীয়ে গাড়ীত বিস্ফোৰক লৈ সেনা চকীৰ সন্মুখলৈ আহি বিস্ফোৰণ ঘটায়। (International suicide)

America: কিয়েভত আমেৰিকাই বন্ধ কৰিলে দূতাবাস, নাগৰিকক সাজু হ’বলৈ নিৰ্দেশ

ৰাছিয়াৰ আক্ৰমণৰ আশংকাত কিয়েভত থকা আমেৰিকাই দূতাবাস বন্ধ কৰিছে। ইউক্ৰেইনত থকা দেশখনৰ নাগৰিকসকলকো ক্ষিপ্ৰতাৰে খালী কৰাৰ বাবে সাজু হ’বলৈ নিৰ্দেশ দিছে। ইউক্ৰেইনে আমেৰিকাৰ দীৰ্ঘ দূৰত্বৰ...

Russia। আমেৰিকাৰ সন্মতিৰ পিছত, ইউক্ৰেনে ৰাছিয়ালৈ 6 টা দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ । ক্ৰমান্বয়ে এতিয়া অধিক জটিল হৈ পৰিছে বিশ্বৰ প্ৰেক্ষাপট

Russia। ইউক্ৰেনে ৰাছিয়াৰ ব্ৰাইনস্ক অঞ্চলত আমেৰিকাৰ যোগান ধৰা ছয়টা দীঘলীয়া দূৰত্বৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ । বাইডেনৰ এটা সিদ্ধান্তৰ পিছতেই পুটিনে ল'লে আন এক বৃহৎ সিদ্ধান্ত। সলনি হ'ব নেকি পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰৰ নীতি ! আমেৰিকাৰ পৰা লাভ কৰা ৬টাকৈ মিছাইলে ইউক্ৰেইনে নিক্ষেপ কৰিলে ৰাছিয়াৰ ভিতৰত।

Popular