ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Delhi Pollution: বায়ু প্ৰদূষণৰ বাবে বিদ্যালয় বন্ধ ঘোষণা দিল্লীত…

প্ৰদূষণ লকডাউন! দিল্লী-নয়দাৰ সকলো বিদ্যালয়ৰ লগতে JNU ত অনলাইন ক্লাছ, সাৱধানতাৰে বাহিৰলৈ যাবলৈ আহ্বান দিল্লীবাসীক।(Delhi Pollution)

Dr. Bhupen Hazarika’s 100 songs:ড° ভূপেন হাজৰিকাৰ ১০০ গীত তিনিটা প্ৰক্ৰিয়াৰে ইংৰাজীলৈ অনুবাদ সম্পূৰ্ণ

এক যাত্ৰাৰ মধ্যক্ষণত আজি বোকাখাতত উপস্থিত হয়(Dr. Bhupen Hazarika's 100 songs) অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য হাজৰিকা। বোকাখাত নাট্য মন্দিৰত উপস্থিত হৈ ড° হাজৰিকাই(Dr. Surjya Hazarika) কয়- "অসম সাহিত্য সভাৰ(Asom Sahitya Sabha) সৰ্বোচ্চ পদবী সভাপতিৰ বাবে নিৰ্বাচন হোৱাতকৈ মনোনীত সভাপতি হোৱাই ভাল।

Russia । ৰাছিয়া চৰকাৰৰ আমন্ত্ৰণমৰ্মে ৰাছিয়ালৈ যাব বিকশিত ভাৰত সমাচাৰৰ কাৰ্যবাহী সম্পাদক ড° আছমা বেগম

Russiaৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে আয়োজন কৰা ব্ৰিকছ সন্মিলনত ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱা হৈছে বিকশিত ভাৰত সমাচাৰৰ কাৰ্যবাহী সম্পাদক ড০ আছমা বেগমক (Dr. Asma Begum)। ভাৰতক প্ৰতিনিধিত্ব কৰি ৰাছিয়াৰ প্ৰধানমন্ত্ৰী, উপ-প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী, অৰ্থনীতি মন্ত্ৰী আৰু সকলো চৰকাৰী বিভাগৰ মুৰব্বীৰ লগতে ব্ৰিকছৰ আন সকলো সদস্য দেশৰ প্ৰতিনিধি আৰু ৰাছিয়াৰ চেণ্ট পিটাৰ্ছবাৰ্গত ভাৰতীয় প্ৰতিনিধিৰ সৈতে তেওঁ বৈঠকত অংশগ্ৰহণ কৰিব।Dr. Asma Begum ড০ আছমা বেগম

অহা দশকত চীনৰ জনসংখ্যা ৫ কোটি ১০ লাখ হ্ৰাস পোৱাৰ সম্ভাৱনা

অহা দশকত চীনৰ জনসংখ্যা ৫১ মিলিয়ন হ্ৰাস পোৱাৰ সম্ভাৱনা আছে, যিটো আমেৰিকাৰ কেলিফৰ্ণিয়াৰ আকাৰতকৈও অধিক। বৰ্তমান দেশখনৰ নীতি নিৰ্ধাৰকসকলে কমি অহা জন্মৰ হাৰ বৃদ্ধিৰ...

পুনৰ শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী পদত শিক্ষাবিদ হৰিণী অমৰাসুৰিয়া

শ্ৰীলংকাৰ সংসদীয় নিৰ্বাচনত জয়লাভ কৰি মাৰ্ক্সবাদী ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কে পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিলে শিক্ষাবিদ হৰিণী অমৰাসুৰিয়াক। সোমবাৰে (১৮ নৱেম্বৰ) ২১ জনীয়া মন্ত্ৰীসভাও...

Popular