ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Pahalgam Attack: চোৰাংচোৱাৰ নজৰত ১৫জনঃ কাশ্মীৰীৰ সহযোগতে পেহেলগামত আক্ৰমণ পাক জেহাদীৰ !

স্থানীয় একাংশ কাশ্মীৰীয়ে পেহেলগামত পাকিস্তানী(Pahalgam Attack)সন্ত্ৰাসবাদীক সহায় কৰিছিল৷ তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিছে৷

272 Pakistan nationals left India: ২ দিনত ২৭২ পাকিস্তানীয়ে এৰিলে ভাৰত, প্ৰস্থানৰ সময়সীমা শেষঃ সৰ্বাধিক হ্ৰস্বম্যাদী ভিছা থকা পাকিস্তানী আছে মহাৰাষ্ট্ৰত

পেহলগাম ঘটনাৰ পিছতে বিগত দুদিনত(272 Pakistan nationals left India)আটাৰী-ৱাঘা সীমান্ত পইণ্টেৰে প্ৰায় ২৭২জন পাকিস্তানী নাগৰিকে ভাৰত এৰি নিজৰ দেশলৈ গৈছে৷ চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰিছে৷

Indian Army: ভিডিঅ’ত শক্তি দেখুৱালে ভাৰতীয় সেনাই

ভাৰতীয় সেনাৰ স্থলবাহিনী আৰু নৌসেনাই শেহতীয়াকৈ দুটা ইংগিতদায়ক পোষ্ট কৰে৷(Indian Army) এটাত ভিডিঅ’ আৰু এটাত ছবি আছে৷ সেনাই কয় যে তেওঁলোক সদায় সাজু৷

Flood in River Jhelum: এফালে যুদ্ধ, আনফালে পানী; ভাৰতে হঠাতে এৰি দিলে পানী !

ফালে যুদ্ধৰ ভয়, আনফালে প্ৰকৃতিৰ প্ৰলয়, ভাৰতে খবৰ নিদিয়াকৈ এৰি দিলে ঝিলাম নদীৰ পানী।প্ৰলয়ংকৰী বানৰ কৱলত পাকিস্তানৰ বহু অঞ্চল। ভাৰতৰ পদক্ষেপত হাহাকাৰ পাকিস্তানত।(Flood in River Jhelum)

Jhantu Ali Sheikh: সামৰিক মৰ্য্যদাৰে শেষ বিদায় জান্টু আলী শ্বেখক

কাশ্মীৰত নিহত হোৱা জোৱানজনৰ ঘৰত পত্নী, তৃণমূল সাংসদ মহুৱাই মত্ৰীয়ে কয়, ‘মই প্ৰতিশোধ বিচাৰো’ গীতৰ চেলুটত জান্টুক আলীক বিদায় দিলে।(Jhantu Ali Sheikh)

Popular