ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Pakistan AQI: এক কোটিৰো অধিক শিশুৰ জীৱন বিপদত পাকিস্তানত, শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান UNICEFৰ

পাকিস্তানত বায়ুৰ গুণাগুণ সূচকাংকই বিপদজনক স্তৰ অতিক্ৰম কৰি ৫ বছৰৰ তলৰ ১১ কোটি শিশুৰ বাবে ডাঙৰ ভাবুকি হৈ পৰিছে।(Pakistan AQI)

Chennai Rains: প্ৰচণ্ড বৰষুণৰ বাবে বিদ্যালয় বন্ধ চেন্নাইত, তামিলনাডুৰ ১৬খন জিলালৈ ইয়েল্ল’ এলাৰ্ট জাৰি

বতৰ বিভাগে মাছমৰীয়াসকলক ১৭ নৱেম্বৰলৈকে সাগৰত মাছ মৰাৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈও পৰামৰ্শ দিছে। আনহাতে প্ৰচণ্ড বৰষুণৰ বাবে বিদ্যালয় বন্ধ চেন্নাইত।(Chennai Rains)

Sanjay Bangar Son Transformation: আৰিয়ান বাংগাৰ হ’ল আনায়া বাংগাৰ! প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ পুত্ৰৰ লিংগৰ পৰিৱৰ্তন

প্ৰতি বছৰে বহু লোকে হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপীৰ সহায়ত লিংগ পৰিৱৰ্তন কৰে, শেহতীয়া ঘটনাটো হৈছে প্ৰাক্তন ক্ৰিকেটাৰ সঞ্জয় বাংগাৰৰ সন্তানৰ।(Sanjay Bangar Son Transformation)

Nepali Sahitya Sabha: অসম নেপালী সাহিত্য সভাৰ বঁটা ঘোষণা

অসম নেপালী সাহিত্য সভাৰ(Nepali Sahitya Sabha) আগন্তুক কেন্দ্ৰীয় অধিবেশনত প্ৰদান কৰিবলগীয়া বঁটাসমুহ আজি আনুষ্ঠানিকভাবে ঘোষণা কৰা হয়।

Jharkhand Election: ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনলৈ(Jharkhand Election) মাজত আৰু বেছি সময় নাই। এনে সময়তে ঝাৰখণ্ডৰ ভূমিৰ পৰাই সেই ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই পূৱ সিংভূমৰ জামছেদপুৰত এক সভাত ভাষণ দি ঝাৰখণ্ডৰ চৰকাৰক তীব্ৰ সমালোচনা।

Popular