ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Indian Railway: ভাৰতীয় ৰে’ল পূৰ্বতকৈ এতিয়া অধিক সুৰক্ষিত

ভাৰতীয়সকল এতিয়া ৰে’ল(Indian Railway) ভ্ৰমণৰ ক্ষেত্ৰত আগতকৈ অধিক সুৰক্ষিত হৈ পৰিছে। ইয়াৰ বাবে বিগত দশকৰ সুচিন্তিত পদক্ষেপৰ গুৰুত্বপূ ফলাফলসমূহ আজি অনুধাবন কৰিব পৰা হৈছে।

Bulldozer Action: বুলড’জাৰৰ জৰিয়তে ঘৰ ভঙাৰ অনুমতি দিয়া বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত: মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়

চিজেআইৰ নেতৃত্বত থকা বিচাৰপীঠে কয়, ‘বুলডজাৰৰ জৰিয়তে ন্যায়ৰ এনে ঘটনা আন ক’তো সংঘটিত হোৱা নাই। ৰাজ্যৰ কোনো শাখা বা বিষয়াই যদি এনে কাৰ্যৰ অনুমতি দিয়ে তেন্তে অসামৰিক সম্পত্তি ধ্বংস কৰাৰ ফলত বাহ্যিক কাৰণত নিৰ্বাচিত প্ৰতিশোধ লোৱাৰ ভয়াৱহ বিপদৰ সৃষ্টি হয়।(Bulldozer Action0

Shiv Nadar: ভাৰতৰ সৰ্বাধিক দানকাৰী ব্যক্তিজন হ’ল শিৱ নাদাৰ, ২০২৪ বৰ্ষত ২১৩৫ কোটিৰ দান শিৱ নাদাৰৰ

যদিও আম্বানী-আদানী টকা উপাৰ্জনকাৰীৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় স্থানত আছে, কিন্তু দান-বৰঙণিৰ কথা আহিলে দেশৰ প্ৰবীণ উদ্যোগপতিসকল দিল্লীৰ ব্যৱসায়ী শিৱ নাদাৰতকৈ পিছ পৰি আছে। (Shiv Nadar)

Worlds Most Polluted country: বিশ্বৰ আটাইতকৈ প্ৰদূষিত দেশ কোনখন? কৃত্ৰিম বৰষুণ সৃষ্টিৰ পৰিকল্পনা

পাকিস্তানত প্ৰদূষণে অভিলেখ গঢ় লৈ উঠিছে আৰু AQI ইমানেই স্তৰত উপনীত হৈছে যে আপুনি হয়তো কেতিয়াও শুনা নাছিল। পাকিস্তানৰ মুলতানত ২১০০ অতিক্ৰম কৰিলে AQIএ। (Worlds Most Polluted country)

Mising Students’ Union: চিলাপথাৰ কলেজত মিচিং ছাত্ৰ সন্থাৰ উদ্যোগত ‘ভাষা গৌৰৱ সপ্তাহ’ উদযাপন

অসমীয়া ভাষাই দ্ৰূপদী ভাষাৰ স্বীকৃতি লাভৰ উদ্দেশ্যৰে ৰাজ্যজুৰি অসম চৰকাৰৰ নিৰ্দেশত 'ভাষা গৌৰৱ সপ্তাহ' পালন কৰা হৈছে। আজি চিলাপথাৰ কলেজৰ প্ৰেক্ষাগৃহত সদৌ মিচিং ছাত্ৰ সন্থা(Mising Students' Union) কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চিলাপথাৰ টাউন সমিতিৰ সহযোগত পালন কৰা হয় ভাষা গৌৰৱ সপ্তাহ।

Popular