ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Donald Trump: ‘এজন দক্ষ ৰাষ্ট্ৰনেতা, মোৰ ভাল বন্ধু’ পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা ট্ৰাম্পৰ

‘এজন দক্ষ ৰাষ্ট্ৰনেতা, মোৰ ভাল বন্ধু’, পুনৰ মোদীক প্ৰশংসা ট্ৰাম্পৰ ! ট্ৰাম্পে সকীয়াই দিছে যে তেওঁ এখন দেশৰ ৰপ্তানিৰ ওপৰত আমেৰিকাৰ সামগ্ৰীৰ ওপৰত যি শুল্ক আৰোপ কৰে, সেই হাৰত শুল্ক আৰোপ কৰিব। ভাৰততো তেওঁ একে নীতি গ্ৰহণ কৰিছে।(Donald Trump)

Myanmar earthquake: ম্যানমাৰত মৃত্যুৰ সংখ্যা ৬৯৪ লৈ বৃদ্ধি! সাহায্য সামগ্ৰী লৈ ভাৰতৰ পৰা বিমান ৰাওনা

শুকুৰবাৰে পুৱাৰে পৰা ১৫ বাৰকৈ কঁপিছে ম্যানমাৰৰ মাটি। প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.৭।(Myanmar earthquake) শনিবাৰে জন্টা চৰকাৰে ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা কমেও ৬৯৪ জন বুলি জানিব পৰা গৈছে।

Earthquake : ভয়ংকৰ ভূমিকম্পত তাচপাতৰ দৰে খহি পৰিল অট্টালিকা

ৰাজ্যত অনুভূত ভূঁইকঁপ। (Earthquake)ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰ।১১বাজি ৫৩ মিনিটত অনুভুত জোকাৰণি।

Toilet Water: শৌচাগাৰৰ পানীৰ পৰা ৩০০ কোটি উপাৰ্জন !

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে মথুৰাৰ এটা প্ৰকল্পত তেওঁলোকে কেনেকৈ শৌচাগাৰৰ পানী পৰিশোধন কৰিছিল সেই বিষয়ে অৱগত কৰিছে। এই পুনঃব্যৱহৃত পানীক ঔদ্যোগিক ব্যৱহাৰত ব্যৱহাৰ কৰিব পাৰি আৰু আমি কঠিন আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনাৰ চাৰিওফালে নীতি সৃষ্টিৰ দিশত কাম কৰি আছে বুলিও কয়।(Toilet Water)

Donald Trump: বিৰোধীৰ প্ৰশ্নৰ সন্মুখত নতুন নিৰ্দেশনা ! আমেৰিকাৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰিৱৰ্তনৰ নিৰ্দেশ ট্ৰাম্পৰ

ট্ৰাম্পৰ নতুন কাৰ্যবাহী আদেশ অনুসৰি নাগৰিকত্বৰ প্ৰমাণ অবিহনে কোনো ভোটাৰে আমেৰিকাত ভোটদানৰ বাবে পঞ্জীয়ন কৰিব নোৱাৰিব। তদুপৰি নির্বাচনৰ দিনলৈকে সকলোৱে ভোটদান কৰিব লাগিব বুলিও নিদেৰ্শত উল্লেখ আছে৷(Donald Trump)

Popular