ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

C-295 Aircraft: এতিয়াৰ পৰা বদোদৰাত নিৰ্মাণ হ’ব লগা C-295 বিমানখনৰ বৈশিষ্ট্যসমূহ জানো আহক

দেশৰ শক্তি ক্ৰমাৎ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ভাৰতৰ শক্তি বৃদ্ধিৰ আন এক নাম হ’ল চি-২৯৫ বিমান(C-295 Aircraft)। যিখন বিমান এতিয়াৰে পৰা বদোদৰাত নিৰ্মাণ কৰা হ’ব।

Mrs. India Galaxy 2024: অসম জীয়াৰী ৰিণিমালৈ মিছেছ ইণ্ডিয়া গেলেক্সী ২০২৪ খিতাপ

'মিছেছ ইণ্ডিয়া গেলেক্সী ২০২৪' খিতাপ অসমৰ ৰিণিমা বৰা আগৰৱাললৈ(Mrs. India Galaxy 2024)। ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত মিছেছ ইণ্ডিয়া আই এন চি ২০২৪ চীজন - ৫ত যোগদান কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰৰ জীয়াৰী ৰিণিমা বৰা আগৰৱালাই।

Bomb Threat: দূৰ হোৱা নাই বোমাতংক সোমবাৰেও দেশৰ ৬০ খনতকৈও অধিক বিমানত বোমা স্থাপনৰ ভাবুকি

কেন্দ্ৰীয় চৰকাৰে বহু চেষ্টা চলায়ো ভাৰতীয় বিমানত বোমা স্থাপনৰ ভাবুকি অহাটো বন্ধ কৰিব পৰা নাই। শেহতীয়াকৈ পুনৰ সোমবাৰেও দেশৰ ৬০খনতকৈও অধিক বিমানে লাভ কৰিলে বোমা স্থাপনৰ ভাবুকি। (Bomb Threat)

C-295 aircraft । Modi, Spain’s Sanchez launch India’s first private military Aircraft Plant । ভাৰতৰ বাবে নতুন যুগৰ আৰম্ভনিঃগুজৰাটত চি-২৯৫ বিমান নিৰ্মাণ কাৰখানা যৌথভাৱে...

ভাৰতৰ বাবে নতুন যুগৰ আৰম্ভনি। ভাৰতৰ বিমান প্ৰযুক্তিৰ দিশৰ পৰা এক উল্লেখযোগ্য দিন হিচাবে পৰিগণিত হৈছে। সোমবাৰে ভদোদৰাৰ টাটা এডভান্সড চিষ্টেমছ লিমিটেড (টিএএছএল) (C-295 aircraft ) কেম্পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে যৌথভাৱে চি-২৯৫ বিমান নিৰ্মাণৰ অৰ্থে টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স উদ্বোধন কৰে।ভাৰতত এয়া হৈছে এনেধৰণৰ প্ৰথম প্ৰকল্প।(Modi, Spain’s Sanchez launch India’s first private military aircraft plant)

Hoolock Gibbon: অসমৰ পৰ্যটনৰ ক্ষেত্ৰ নৱ সংযোজন কাছিজানৰ হলৌ বান্দৰ

অসমৰ তিনিচুকীয়া জিলাখনক এক বাণিজ্যিক কেন্দ্ৰ হিচাপে গণ্য কৰা হয়।সমান্তৰালকৈ তিনিচুকীয়া জিলাখন প্ৰাকৃতিক, সাংস্কৃতিক, ধৰ্মীয় তথা আধ্যাত্মিক আদি বিভিন্ন দিশৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ঠাই হিচাপে পৰিচিত। উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ থকা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু তিনিচুকীয়াৰ বাৰেকুৰিত দুষ্প্ৰাপ্য তথা বিৰল প্ৰজাতিৰ হলৌ বান্দৰ(Hoolock Gibbon) পোৱা যায় বুলি অসম, ভাৰতৰ লগতে আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো জনাজাত(Dihing Patkai National Park)।

Popular