ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Donald Trump Tariffs: শুল্ক সতৰ্কবাণীৰ পিছদিনা মস্কোত উপস্থিত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল

মঙলবাৰে নিশা মস্কোত উপস্থিত (Donald Trump Tariffs) হয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল৷ বিভিন্ন সূত্ৰৰ মতে এই ভ্ৰমণৰ তাৰিখ ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছিল৷

Narendra Modi: গালোৱান সংঘৰ্ষৰ পিছত প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণ কৰিব মোদীয়ে

শুল্ক যুদ্ধৰ মাজতে ২০২০ (Narendra Modi) চনত সংঘটিত হোৱা গালৱান সংঘৰ্ষৰ পিছত প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তাত তেওঁ চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব৷

বহু জল্পনা-কল্পনাৰ অন্তত গঠন হ’ল দৰং জিলা পৰিষদ । Darrang

বহু জল্পনা-কল্পনাৰ অন্তত গঠন হ'ল দৰং জিলা পৰিষদ । Darrang

নগাঁৱত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি “লোক কল্যাণ দিৱস” উদ্‌যাপন । Nagaon

নগাঁৱত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি “লোক কল্যাণ দিৱস” উদ্‌যাপন । Nagaon

‘লোক কল্যাণ দিৱস’ত ১২ বিষয়া আৰু বহু কৰ্মচাৰী ‘কৰ্মশ্ৰী বঁটা’ত সন্মানিত । GUWAHATI

‘লোক কল্যাণ দিৱস’ত ১২ বিষয়া আৰু বহু কৰ্মচাৰী ‘কৰ্মশ্ৰী বঁটা’ত সন্মানিত । GUWAHATI

Popular