ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Himanta Biswa Sarma: জাপানী ভাষা প্ৰশিক্ষণৰ জৰিয়তে জাপানত নিযুক্তিৰ দুৱাৰ মুকলি হ’ব অসমৰ যুৱ প্ৰজন্মৰ

Himanta Biswa Sarma: জাপানী ভাষা প্ৰশিক্ষণৰ জৰিয়তে জাপানত নিযুক্তিৰ দুৱাৰ মুকলি হ’ব অসমৰ যুৱ প্ৰজন্মৰ

Jagdeep Dhankhar: উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰৰ পদত্যাগৰ পিছত কেনেকৈ নিৰ্বাচিত হ’ব নতুন উপ-ৰাষ্ট্ৰপতি?

উপ ৰাষ্ট্ৰপতি পদৰ পৰা (Jagdeep Dhankhar) পদত্যাগ জগদীপ ধনখড়ৰৰ। স্বাস্থ্যজনিত কাৰণত জগদীপ ধনড়ৰে ২১ জুলাইত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে।

অষ্টম ছাই -জুনিয়ৰ আন্তঃজিলা ৰোল বল চেম্পিয়নশ্বিপৰ সফল সামৰণি । Roll Ball

অষ্টম ছাই -জুনিয়ৰ আন্তঃজিলা ৰোল বল চেম্পিয়নশ্বিপৰ সফল সামৰণি । Roll Ball

China Water Bomb: ভয়াৱহ দিনৰ বাবে সাজু হ’বৰ হ’ল অসমকে ধৰি উত্তৰ-পূববাসী!

ভয়াৱহ দিনৰ বাবে সাজু হ’বৰ হ’ল (China Water Bomb) অসমকে ধৰি উত্তৰ-পূববাসী৷ এক জলবোমাই আমাক নিমিষতে শেষ কৰিব দিব পাৰে৷ অৰুণাচলৰ নিচেই সমীপতে সেই জলবোমা স্থাপন কৰিছে চীনে৷

Parliament Monsoon Session: আজিৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন

আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন। (Parliament Monsoon Session) অধিৱেশনৰ প্ৰাক্‌ক্ষণত অনুষ্ঠিত হোৱা বৈঠকত চৰকাৰে অপাৰেচন সিন্দূৰকে ধৰি সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব।

Popular