ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ULFA-I :ম্যানমাৰস্থিত আলফা (স্বাঃ)ৰ শিবিৰত ড্ৰোণ আক্ৰমণৰ ঘটনাত জড়িত নহয় অসম আৰক্ষী

ULFA-I :ম্যানমাৰস্থিত আলফা (স্বাঃ)ৰ শিবিৰত ড্ৰোণ আক্ৰমণৰ ঘটনাত জড়িত নহয় অসম আৰক্ষী

Mohan Bhagwat: ‘যেতিয়া আপুনি ৭৫ বছৰ সম্পূৰ্ণ কৰিব, তেতিয়া ইয়াৰ অৰ্থ হ’ল আপুনি এতিয়াই ৰৈ আনৰ বাবে বাট মুকলি লাগে’

নাগপুৰত গ্ৰন্থ উন্মোচনৰ অনুষ্ঠানত ভাষণ (Mohan Bhagwat) দি মোহন ভাগৱতে কয়, ‘যেতিয়া আপুনি ৭৫ বছৰ সম্পূৰ্ণ কৰিব, তেতিয়া ইয়াৰ অৰ্থ হ’ল আপুনি এতিয়াই ৰৈ আনৰ বাবে বাট মুকলি কৰিব লাগে৷’

Air India Plane Crash: আহমেদাবাদৰ বিমান দুর্ঘটনাৰ পূৰ্বে কি হৈছিল? বিমান দুৰ্ঘটনা কাৰণ প্ৰকাশ

১২ জুনত আহমেদাবাদত (Air India Plane Crash) সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান AI171ৰ প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ পাইছে। ১৫ পৃষ্ঠাজোৰা প্রতিবেদন দাখিল।

Radhika Yadav: পিতৃয়ে হত্যা কৰিলে টেনিছ খেলুৱৈ ৰাধিকা যাদৱক, হত্যাৰ প্ৰকৃত কাৰণ ফাদিল

গুৰুগ্ৰামত টেনিছ খেলুৱৈ ৰাধিকা (Radhika Yadav) যাদৱৰ হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযুক্ত পিতৃ দীপক যাদৱৰ ফটো ভাইৰেল হৈ পৰিছে।

Popular