ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

NEET UG 2025 Result: নীট ইউজি ২০২৫ৰ ফলাফলত শীৰ্ষ স্থান দখল ৰাজস্থানৰ মহেশ কুমাৰৰ

ঘোষণা হ’ল নীট ইউজি ২০২৫১ ফলাফল৷(NEET UG 2025 Result)নীট ইউজি ২০২৫ৰ ফলাফল শনিবাৰে প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই৷

Father’s Day 2025: আজি পিতৃ দিৱসঃ কিয়, কেতিয়াৰ পৰা উদযাপন কৰা হৈছে পিতৃ দিৱস ?

আজি পিতৃ দিৱস, পিতৃ দিৱস কেৱল এটা তাৰিখ নহয়!(Father's Day 2025) এয়া কৃতজ্ঞতা, স্মৃতি আৰু প্ৰেমেৰে ভৰা এটা দিন। পিতৃ দিৱস কেনেকৈ আহিল, এই দিৱসৰ আৱেগিক মূল্য থকাৰ কাৰণ, আপুনি হয়তো নাজানে মৰ্মস্পৰ্শী পিতৃ দিৱসৰ ইতিহাস!

Kedarnath Helicopter Crash: ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, নিহত বহুকেইজন !

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছতে পুনৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হয়।(Kedarnath Helicopter Crash)

Ahmedabad Plane Crash: আহমেদাবাদৰ বিমান দুৰ্ঘটনাত পৰিয়াললৈ ১ কোটি টকাৰ সাহায্য

বিশ্বতে শোকৰ ছাঁ পেলোৱা এক বিমান দুৰ্ঘটনা।(Ahmedabad Plane Crash)বৃহস্পতিবাৰে আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৬৫ জনলৈ বৃদ্ধি পাইছে।

Airlines Shares Drop: কিয় বিমান সংস্থাৰ শ্বেয়াৰৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে! সবিশেষ খবৰ দৈনন্দিন বাৰ্তাৰ কাকতত

আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনাৰ(Airlines Shares Drop) পিছতে বিশ্ব অৰ্থনীতিত ব্যাপত পৰিৱৰ্তন আহিছে ।

Popular