ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Airlines Shares Drop: কিয় বিমান সংস্থাৰ শ্বেয়াৰৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে! সবিশেষ খবৰ দৈনন্দিন বাৰ্তাৰ কাকতত

আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনাৰ(Airlines Shares Drop) পিছতে বিশ্ব অৰ্থনীতিত ব্যাপত পৰিৱৰ্তন আহিছে ।

Raja Raghuvanshi: ৰাজাক হত্যা কৰিবলৈ গৈ হত্যাকাৰী বিফল হোৱাৰ পিছতো কেনেদৰে হত্যা কৰিলে ?

ইষ্ট খাছি পাহাৰৰ আৰক্ষী অধীক্ষক বিবেক ছিয়েমে কয় যে ৰাজাক(Raja Raghuvanshi) হত্যা কৰাৰ তিনিটা চেষ্টা ব্যৰ্থ হয়। কিন্তু চতুৰ্থবাৰৰ বাবে অধিক প্ৰস্তুতি আৰু পৰিকল্পনাৰে ৰাজাক হত্যা কৰা ঠাইখন বাছি লোৱা হ’ল।

World Blood Donor Day: ৰক্তদান মহান দানঃ আজি বিশ্ব ৰক্তদাতা দিৱস, কোনে ৰক্তদান কৰিব পাৰে আৰু কোনে নোৱাৰে ?

প্ৰতি বছৰে ১৪ জুনত বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়, যাতে স্বেচ্ছামূলকভাৱে ৰক্তদান কৰাসকলক সন্মান জনোৱাৰ লগতে এই জীৱন ৰক্ষাকাৰী কামৰ বাবে মানুহক উৎসাহিত কৰিব পৰা যায়।(World Blood Donor Day)

অসমত অব্যাহত বানৰ তাণ্ডৱ! ১১ জিলাত প্ৰভাৱিত ২.৫৯ লাখ লোক । Assam floods

অসমত অব্যাহত বানৰ তাণ্ডৱ! ১১ জিলাত প্ৰভাৱিত ২.৫৯ লাখ লোক । Assam floods

China: বিশ্বৰ কোনবোৰ দেশক মানুহে বেছি ঘৃণা কৰে?

এখন দেশৰ সামৰিক কাৰ্যকলাপৰ(China)পৰা আৰম্ভ কৰি সংস্কৃতিলৈকে, আনকি বিদেশৰ পৰ্যটকৰ আচৰণ, দেশৰ ভিতৰত যিকোনো ধৰণৰ উত্তেজনা আৰু মানৱ অধিকাৰ উলংঘাৰ দ্বাৰা এখন দেশৰ সুনাম প্ৰভাৱান্বিতহয়৷

Popular