ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Chenab Railway Bridge: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সৰ্বোচ্চ দলং আনুষ্ঠানিকভাৱে মুকলি কৰিব।

‘অপাৰেশ্যন সিন্দূৰ’ৰ পাছত আজি প্ৰথমবাৰলৈ জম্মু-কাশ্মীৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৪৬ হাজাৰ কোটিটকীয়া প্রায় ৮৪টা উন্নয়ন প্ৰকল্পৰ উন্মোচন, শিলান্যাস কৰিব মোদীয়ে।(Chenab Railway Bridge)

Operation Sindoor: বিদেশৰ পৰা কি আহিল বাৰ্তা, অহা সপ্তাহত অপাৰেচন সিন্দূৰৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদীৰ

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু ‘অপাৰেচন সিন্দূৰ’(Operation Sindoor) অভিযানৰ পিছত ভাৰতৰ কূটনৈতিক প্ৰচাৰৰ অংশ হিচাপে ৩৩খন দেশলৈ প্ৰেৰণ কৰা বহুদলীয় প্ৰতিনিধি দলৰ সদস্যসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ।

Operation Sindoor: ‘অপাৰেচন সিন্দুৰ’ৰ পৰা অনুপ্ৰাণিত হৈ ছাত্ৰ-ছাত্ৰীক প্ৰথম শ্ৰেণীৰ পৰাই সামৰিক প্ৰশিক্ষণ দিব মহাৰাষ্ট্ৰ চৰকাৰে

সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে(Operation Sindoor) ভাৰতীয় সশস্ত্ৰ বাহিনীৰ এই পদক্ষেপৰ পিছত মহাৰাষ্ট্ৰ চৰকাৰে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে।

Pakistani TikTok star Sana Yousaf: পাকিস্তানত টিকটক ষ্টাৰ সনা ইউচুফক হত্যা

পাকিস্তানত এক নিৰ্মম কাণ্ড। পাকিস্তানৰ ৰাজধানী ইছলামাবাদত টিকটক ষ্টাৰ সনা ইউচুফক হত্যা কৰে।গুলীবিদ্ধ হৈ মৃত্যু হয় ষোড়শী সনা ইউছুফ।(Pakistani TikTok star Sana Yousaf)

Rajya Sabha elections 2025: ৰাজ্যসভাৰ নিৰ্বাচনঃ অসমৰ ২, তামিলনাডুৰ ৬ খন; আসনৰ বাবে অধিসূচনা জাৰি

ৰাজ্যসভাৰ অসমৰ দুখন, তামিলনাডুৰ ৬খন আসনৰ(Rajya Sabha elections 2025)নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে৷

Popular