ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Rajnath Singh: এদিন হ’লেও PoK ভাৰতৰ অন্তৰ্ভুক্ত হ’বঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানক(Rajnath Singh)পুনৰ সকীয়াই দিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

Elon Musk: ট্ৰাম্প প্ৰশাসনৰ পৰা বিশেষ চৰকাৰী কৰ্মচাৰী পদৰ পৰা পদত্যাগ ইলন মাস্ক

ইলন মাস্কে ট্ৰাম্পৰ ড’জে পদক্ষেপত ভূমিকা শেষ কৰে, ট্ৰাম্পক ধন্যবাদ জনায় আৰু চৰকাৰী দক্ষতা অভিযানৰ স্থায়ী প্ৰভাৱৰ ওপৰত আস্থা প্ৰকাশ কৰে।(Elon Musk)

Russia ukraine war news: ৰাছিয়াৰ ড্ৰোন আক্ৰমণ ৰোধ কৰিবলৈ ইউক্ৰেইনৰ ক্ৰয় ২৫ কোটি টকাৰ মাছ ধৰা জাল

ৰাছিয়াৰ ড্ৰোন আক্ৰমণ(Russia ukraine war news) প্ৰতিহত কৰিবলৈ ইউক্ৰেইনৰ সেনাৰ নতুন অস্ত্ৰ হৈছে মাছ ধৰা জাল।

WHO: বিশ্বৰ ৭০ দেশলৈ নামি আহিব চৰম দুৰ্যোগ

বিশ্ব স্বাস্থ্য সংস্থাই শুনালে সতৰ্কবাণী৷(WHO) বিশ্ব স্বাস্থ্য সংস্থাই এতিয়া চৰম অৰ্থনৈতিক সংকটত ভুগিছে৷ ফলত সংস্থাটোৱে আৰু পূৰ্বৰ দৰে সকলোৰে সেৱা কৰিব নোৱাৰিব৷

Indus Waters Treaty: ভাৰতৰ ‘সিন্ধ যুদ্ধ’ৰ বাবে সংকটত ২৪ কোটি পাকিস্তানী

ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্তক লৈ ৰাষ্ট্ৰসংঘত(Indus Waters Treaty)পাকিস্তানে অভিযোগ দাখিল কৰিছে৷

Popular