ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Indus Water Treaty: নিৰ্জলা হৈ পৰিছে পাকিস্তানঃ সিন্ধু জল চুক্তিৰ বিষয়ত ভাৰতৰে আলোচনাৰ আগ্ৰহ প্ৰকাশ

পেহেলগামত পাক সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ(Indus Water Treaty) প্ৰতিশোধ ল’বলৈ ভাৰতে আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ৷ ভাৰতক এশিকনি দিবলৈ পাকিস্তানেও চলাইছিল আক্ৰমণ৷

Satellite images: উপগ্ৰহৰ ছবিয়ে স্পষ্ট কৰি দিছে কোনে যুদ্ধবিৰতিৰ আহ্বান জনাইছিল

ভাৰতে প্ৰথমে নহয়, পাকিস্তানেহে(Satellite images)যুদ্ধবিৰতিৰ আহ৩ান জনাইছিল৷ কাৰণ তেওঁলোকৰ বাবে আন কোনো পথ মুকলি নাছিল৷

Waqf law: ৱাকফ সংশোধনী আইনক প্ৰত্যাহ্বানঃ ২০ মে’ত আৱেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

২০ মে’ত ৱাকফ সংশোধনী আইনক প্ৰত্যাহ্বান জনাই(Waqf law) কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে৷

Vyomika Singh: কর্ণেল ছ’ফিয়াৰ পিছত ব্যোমিকাক সমালোচনা এছ পি সাংসদৰ

কৰ্ণেল ছ'ফিয়াৰ পিছত বিজেপি মন্ত্ৰী ব্যোমিকাক জাতিত ধৰি সমালোচনা এছ পি সাংসদৰ! মধ্যপ্ৰদেশৰ বিজেপিৰ এগৰাকী মন্ত্ৰীয়ে ছ'ফিয়াক লৈ কৰা মন্তব্যক লৈ বিতৰ্কৰ ধুমুহা এতিয়াও শান্ত হোৱা নাই। ইফালে ব্যোমিকা সিঙক লৈ বিতৰ্কিত মন্তব্য কৰে এছ পি সাংসদগৰাকীয়ে।(Vyomika Singh)

Pakistan PM Shehbaz Sharif: ভাৰতৰ সৈতে শান্তি আলোচনাৰ বাবে সাজু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ

ভাৰতৰ সৈতে শান্তি আলোচনা বিচাৰিছে পাকিস্তানে৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ এই মন্তব্য।(Pakistan PM Shehbaz Sharif)

Popular