ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Bhargavastra: শত্ৰুৰ ড্ৰোন আক্ৰমণ ৰুধিবলৈ ভাৰতৰ হাতত এতিয়া ‘ভাৰ্গবাস্ত্ৰ’

শত্ৰুৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত(Bhargavastra)আছে এক বিশেষ অস্ত্ৰ৷ এইবাৰ ড্ৰোন আক্ৰমণ প্ৰতিহত কৰিবলৈ ‘ভাৰ্গবাস্ত্ৰ’ৰ সৃষ্টি কৰা হৈছে৷

India blocks X accounts of Turkish, Chinese: ভাৰতে নিষিদ্ধ কৰিলে এক্স হেণ্ডেলত থকা একাধিক চীন-তুৰ্কীৰ সংবাদ মাধ্যম

পেহেলগাম আক্ৰমণত পাক সন্ত্ৰাসবাদীয়ে নিৰীহ লোকক হত্যা কৰাৰ প্ৰতিশোধস্বৰূপে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ৷(India blocks X accounts of Turkish, Chinese)

Minister Vijay Shah: কৰ্ণেল ছ’ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ

কর্ণেল ছ'ফিয়াক সন্ত্রাসবাদীৰ ভগ্নী আখ্যা বিজেপি মন্ত্ৰীৰ।(Minister Vijay Shah)কৰ্ণেল ছ’ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি বিপদত মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শ্বাহ।মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে।

Balochistan: বেলুচিস্তানক লৈ কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?

'মূলতঃ হিন্দু পৰম্পৰাৰৰBalochistan ৫১খন পূজ্য শক্তিপীঠৰ ভিতৰত অন্যতম 'হিংলাজ মাতা' মন্দিৰে পৱিত্ৰ স্থান হিচাপে বেলুচিস্তানৰ সৈতে হিন্দুসকলৰ এক গভীৰ ঐতিহাসিক আৰু আধ্যাত্মিক তাৎপৰ্য বহন কৰিছে৷

India-Myanmar border: মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ চান্দেল জিলাত নিহত ১০জন উগ্ৰপন্থী

অসম ৰাইফলছৰ আন এক সফল অভিযান, সংঘর্ষত নিহত ১০টা উগ্রপন্থী।(India-Myanmar border)মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ চান্দেল জিলাত গুলীয়াগুলী হয় বুধবাৰে নিশা।

Popular