ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Safety utmost priority: আজি দেশৰ ৭টাকৈ স্থানত বন্ধ বিমান সেৱা

আজি দেশৰ ৭টাকৈ স্থানত বন্ধ বিমান সেৱা।(Safety utmost priority)বিমান সেৱা বাতিল কৰিছে ইণ্ডিগ' এয়াৰ লাইন্সে জম্মু, অমৃতসৰ, চণ্ডীগড়, লেহ।শ্রীনগৰ বিমান বন্দৰ বন্ধ, ৰাজকোট বিমান বন্দৰৰ পৰাও বন্ধ বিমান সেৱা।

India-Pakistan DGMO: আজি ভাৰত-পাকিস্তানৰ দুই DGMOৰ বৈঠক, যুদ্ধবিৰতিৰ চৰ্তসমূহ শক্তিশালী কৰাৰ সম্ভাৱনা

আজি ভাৰত-পাকিস্তানৰ দুই DGMOৰ বৈঠক।(India-Pakistan DGMO)আজি দুপৰীয়া ১২ বজাত হ’ব বৈঠক।শনিবাৰে কেইবাঘণ্টা ধৰি দুই DGMOৰ বৈঠকৰ অন্তত হৈছিল যুদ্ধ বিৰতি।

BrahMos Missile: আজি দেশত মুকলি হ’ল ব্রাহ্মোছ নির্মাণ প্রকল্প

আজি দেশত মুকলি হ’ল ব্রাহ্মোছ নির্মাণ প্রকল্প।(BrahMos Missile)প্রকল্পটোত নিৰ্মাণ কৰা হ'ব 'ব্রাহ্মোছ ছুপাৰছনিক ক্ৰুইজ মিছাইল'।উত্তৰ প্ৰদেশৰ ঔদ্যোগিক কৰিডৰত হ'ব এই প্রকল্প।

Donald Trump: ভাৰত, পাকিস্তানৰ সৈতে বাণিজ্য বৃদ্ধি কৰিব ট্ৰাম্পে, কাশ্মীৰৰ সমস্যা সমাধানৰ চেষ্টা কৰিব আমেৰিকাই

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ভাৰত আৰু পাকিস্তানৰ শক্তিশালী নেতৃত্বৰ বাবে মই অতি গৌৰৱান্বিত।(Donald Trump)

India-Pakistan Tensions: আজি স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি

স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি। মাজ নিশাৰ পৰা পাকিস্তানে কৰা নাই আক্রমণ। যুদ্ধ বিৰতিৰ সিদ্ধান্তৰ পিছতে পৰিস্থিতি স্বাভাৱিক।(India-Pakistan Tensions)

Popular