ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Airports: দেশৰ ৩২টাকৈ বিমান বন্দৰ বন্ধৰ নিৰ্দেশ ভাৰত চৰকাৰৰ

দেশৰ ৩২টাকৈ বিমান বন্দৰ বন্ধৰ নিৰ্দেশ ভাৰত চৰকাৰৰ।(Airports) অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ এই জৰুৰী নিৰ্দেশনা। নিৰাপত্তাজনিত কাৰণত এই সিদ্ধান্ত গ্ৰহণ।

Earthquake in Pakistan: পাকিস্তানত ভূমিকম্পঃ এসপ্তাহত চতুৰ্থবাৰৰ বাবে ভূমিকম্প !

যুদ্ধ উত্তেজনাৰ মাজতে পাকিস্তানত ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৪.০। ৫ মে’তো ৪.২ প্ৰাবল্যৰ ভূমিকম্পকে ধৰি ধাৰাবাহিক ভূমিকম্পৰ পিছত এইটো চতুৰ্থটো ভূমিকম্প।(Earthquake in Pakistan)

S-400-Barak-8: বিদেশী ৰাষ্ট্ৰৰ বিৰুদ্ধে বৃদ্ধি পাইছে ভাৰতৰ ‘বিমান প্ৰতিৰক্ষা’ আৰু ‘আক্ৰমণাত্মক সামৰ্থ্য’

ভাৰতৰ বিকশিত(S-400-Barak-8) প্ৰতিৰক্ষা সামৰ্থ্যৰ এক শক্তিশালী প্ৰদৰ্শনত ‘ভাৰতীয় সশস্ত্ৰ বাহিনী’য়ে সীমান্তৰ সিপাৰে থকা ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা ‘অপাৰেশ্যন সিন্দূৰ’ শীৰ্ষক অভিযানটোৰ পিছত পাকিস্তানৰ পৰা চলোৱা কেবাটাও মিছাইল আক্ৰমণ সফলতাৰে বিফল কৰে।

Nirmala Sitharaman: ভাৰত-পাক যুদ্ধৰ মাজতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ গুৰুত্বপূৰ্ণ বৈঠক, চাইবাৰ অপৰাধৰ বিষয়েও সজাগ হোৱাৰ নিৰ্দেশ

সীমান্তত সৃষ্টি(Nirmala Sitharaman)হোৱা উত্তেজনাৰ মাজতে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংক তথা বীমা কোম্পানীসমূহৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠক নিৰ্মলা সীতাৰমণৰ।

ভাৰতে পাকিস্তানৰ এয়াৰ ডিফেন্স ব্যৱস্থা নিষ্ক্ৰিয় কৰাৰ আৰৰ কাহিনী । Pahalgam attack 

ভাৰতৰ আন এক সাফল্য,লাহোৰৰ এয়াৰ ডিফেন্স ব্যৱস্থা নিষ্ক্ৰিয় কৰি পেলালে ভাৰতে । Pahalgam attack 

Popular