ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

মাৰ্ঘেৰিটাত বীৰ ভাৰতীয় সৈনিকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন । AIKS & AIYF

মাৰ্ঘেৰিটাত বীৰ ভাৰতীয় সৈনিকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন । AIKS & AIYF

Do not travel to Pakistan: আমেৰিকাৰ নাগৰিকলৈ পাকিস্তান ত্যাগৰ নিৰ্দেশ

আমেৰিকাৰ নাগৰিকলৈ লাহোৰ ত্যাগৰ নিৰ্দেশ।(Do not travel to Pakistan)নিজৰ সুৰক্ষাৰ বাবে লাহোৰ ত্যাগ কৰাৰ নিৰ্দেশ।নিৰাপদ স্থানত আশ্রয় গ্ৰহণৰ নিৰ্দেশ আমেৰিকাৰ।শেহতীয়া ভাৰত-পাকিস্তানৰ মাজত উত্তেজনাৰ বাবে এই নির্দেশনা।

Destroys Air Defence System: ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম

অপাৰেচন সিন্দুৰৰ পিছত দেশৰ ১৫খন চহৰত আক্ৰমণৰ চেষ্টা! ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ এয়াৰ ডিফেন্স ছীষ্টেম।(Destroys Air Defence System)

Operation Sindoor: ‘অপাৰেচন সিন্দূৰ’ৰ দিনটোত জন্ম পোৱা এটি কন্যা শিশুৰ নাম ৰাখিলে ‘সিন্দূৰী’

‘অপাৰেচন সিন্দুৰ’ৰ সফলতাত সুখী সমগ্ৰ দেশ।(Operation Sindoor)সেই দিনটোতে বিহাৰৰ কাটিহাৰৰ এটা পৰিয়ালত এটি কন্যা সন্তান জন্ম হৈছিল, পৰিয়ালৰ লোকে কন্যা সন্তানটিৰ নাম ৰাখিলে সিন্দূৰী।

Lahore: লাহোৰত একেৰাহে ৩টা বিস্ফোৰণ, ভয়ত কম্পিত পাকিস্তান, মিছাইল আক্ৰমণৰ দাবী !

সমগ্ৰ লাহোৰত চাইৰেন বাজিছে আৰু বন্ধ কৰি দিয়া হৈছে লাহোৰ বিমানবন্দৰ। বিস্ফোৰণৰ পিছত লাহোৰত জৰুৰীকালীন ঘোষণাৰ খবৰ পোৱাৰ লগতে স্থানীয় ৰাইজৰ মাজত শংকাৰ পৰিৱেশৰ খবৰ পোৱা গৈছে।(Lahore)

Popular