ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

BLA Attack on PAK Army: পাক সেনাৰ বাহনত বেলুচ লিবাৰেশ্যন আৰ্মীৰ আক্ৰমণ, ১৪ জন পাকিস্তানী সেনা জোৱানৰ মৃত্যু

পাক সেনাৰ বাহনত বেলুচ লিবাৰেশ্যন আৰ্মীৰ আক্ৰমণ। IEDৰে উৰুৱাই দিলে পাকিস্তানী সেনাৰ বাহন। IEDৰ আক্ৰমণত নিহত পাক সেনাৰ ১৪ জনকা জোৱান।(BLA Attack on PAK Army)

Masood Azhar: ময়ো মৰি যোৱা হ’লে ভাল আছিলঃ অপাৰেছন সিন্দুৰত কুখ্যাত সন্ত্ৰাসবাদী মাছুদ আজহৰৰ পৰিয়ালৰ ১০ জনৰ মৃত্যু

'ময়ো মৰি যোৱাই ভাল আছিল' অপাৰেছন সিন্দুৰত কুখ্যাত সন্ত্ৰাসবাদী মাছুদ আজহৰৰ পৰিয়ালৰ ১০ জন সদস্যৰ মৃত্যুৰ পিছত সি দিয়া মন্তব্য এয়া। পৰিয়ালক হেৰুৱাই অনুশোচনাত দগ্ধ হৈ পৰিছে এতিয়া মহছুদ আজহাৰ।(Masood Azhar)

Vyomika Singh and Sophia Qureshi: অপাৰেচন সিন্দূৰ ব্যোমিকা, ছফিয়া কোন? চৰ্চালৈ আহিছে দুগৰাকী মহিলা বিষয়া

অপাৰেচন সিন্দুৰৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰিবলৈ উইং কামাণ্ডোৰ ব্যোমিকা সিঙৰ সৈতে কৰ্ণেল ছফিয়া কুৰেশ্বী উপস্থিত থাকে।(Vyomika Singh and Sophia Qureshi)

Mock Drill: বাজিছে যুদ্ধৰ দামামা! ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ পূৰ্বে ভাৰতে চলাইছিল মকড্ৰিল, অসমৰ ২০ টা স্থানত আজি মক ড্ৰিল

দেশত বাজিছে যুদ্ধৰ দামামা।(Mock Drill)পাকিস্তানৰ বিৰুদ্ধে যিকোনো মুহূৰ্ততে গৰজি উঠিব পাৰে ভাৰতৰ কামান। ১৯৭১ চনত পাকিস্থানৰ বিৰুদ্ধে যুদ্ধৰ পূৰ্বে ভাৰতে চলাইছিল মকড্ৰিল।

Operation Sindoor: ‘অপাৰেচন সিন্দুৰ’ নামটো দিছিল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে

'OPERATION SINDOOR'ৰ নামকৰণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ (Operation Sindoor) পাকিস্তানৰ ওপৰত ভাৰতে আক্ৰমণ কৰাৰ ক’ডনেম আছিল এই 'OPERATION SINDOOR'।

Popular