ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Pahalgam Terror Attack: ‘আমি ভাৰতৰ কাষত আছোঁ’, কোন আছে ভাৰতৰ কাষত ?

২২ এপ্ৰিলত জম্মু-কাশ্মীৰত পহলগাম(Pahalgam Terror Attack)সন্ত্ৰাসবাদী আক্ৰমণত সন্ত্ৰাসবাদীয়ে প্ৰধানকৈ চ্ছ জন লোকক হত্যা কৰিছিল৷

মুম্বাইত ৱেভছ, ২০২৫ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে । PM MODI

মুম্বাইত ৱেভছ, ২০২৫ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে । PM MODI

Pahalgam attack: পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ৰণসজ্জা, ভাগে ভাগে বৈঠকত বহিছে প্ৰধানমন্ত্ৰী মোদী; মোদীৰ বাসগৃহত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট সমিতিৰ বৈঠক সম্পন্ন

২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত(Pahalgam attack)২৬ জন লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাকলৈ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে।

Census: কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ লোকপিয়লৰ লগতে দেশত কৰা হ’ব জাতি ভিত্তিক লোকপিয়লো

দেশৰ বিভিন্ন ৰাজ্যত জাতিত্তিক(Census) লোক পিয়লৰ দাবী উত্থাপন হৈ আহিছে। একাংশ ৰাজ্যই জাতিভিত্তিক লোক পিয়ল সম্পন্নও কৰিছে।

Pahalgam Terror Attack: পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ: কাশ্মীৰৰ পৰা কাবুললৈ…

সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা, আশ্ৰয় দান(Pahalgam Terror Attack) কৰা আৰু ইয়াৰ ৰপ্তানিৰ ক্ষেত্ৰত পাকিস্তানৰ ‘ট্ৰেক ৰেকৰ্ড’-য়ে দেশখনক বিশ্বৰ আটাইতকৈ বিপজ্জনক আৰু অস্থিৰতা সৃষ্টিকাৰী শক্তি হিচাপে চিহ্নিত কৰিছে।

Popular