ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচন সমাগত

সমাগত উত্তৰ প্ৰদেশৰ বিধান সভা নিৰ্বাচন। সকলো ৰাজনৈতিক দলে ইতিমধ্যে আৰম্ভ কৰিছে ৰণনীতি প্ৰস্তুত কৰাত। শেহতীয়াকৈ বিজেপি দলেও আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। দলীয় কৰ্মীক...

বিনজপাছ নামেৰে এটি অনন্য প্ৰচেষ্টা আৰম্ভ কৰিছে লায়নছগেট প্লেই

অফাৰৰ বৰষুণ হৈছে আৰু ভাৰতৰ ষ্টাৰজ ও. টি. টি. ষ্ট্ৰিম সেৱা গ্লোবেল কণ্টেন্ত লীডাৰ লায়নছগেট প্লেই আটাইতকৈ অতুলনীয় চুক্তি "বিনজপাছ" ৰ আনুষ্ঠানিক ঘোষণা কৰি এক অভিনৱ প্ৰচেষ্টা কৰিছে। এই অভিনৱ অফাৰিংটোৱে লায়নছগেট প্লেৰ কিউৰেটেড লাইব্ৰেৰীটোৰ অপৰিসীম অনুমতি অবিশ্বাস্যভাৱে মাত্ৰ ৯ টকাত প্ৰদান কৰিছে। উপভোক্তাসকলে ৫ আগষ্ট, বৃহস্পতিবাৰৰ পৰা ৮ আগষ্ট দেওবাৰলৈ এই সীমিত সময়সীমাৰ বোনাঞ্জা উপলদ্ধি কৰিব পাৰে। ব্ৰেণ্ডটোৱে এই অসাধাৰণ সীমিত সময়সীমাৰ অফাৰটো প্ৰচাৰ কৰিবলৈ এটা বিচিত্ৰ টি. ভি. চি. ৰ বাবে অনন্যা পাণ্ডেক সন্মত কৰাইছে। অভিনেত্ৰীগৰাকীয়ে নৱপ্ৰজন্মক লায়নছগেট প্লে এপটো অন্বেষণ কৰিবলৈ আহ্বান জনাব। লায়নছগেট প্লেই নিয়মীয়াকৈ তেওঁলোকৰ লাইব্ৰেৰীটো চহৰীয় আৰু চকুজোৰা শ্ব' আৰু দৰ্শকসকলৰ বাবে সুকীয়াকৈ নিৰ্বাচিত কৰা চিনেমাৰে শক্তিশালী কৰি গৈছে। বিনজপাছ অফাৰটো উপভোক্তাসকলৰ বাবে এই সেৱাটো চেষ্টা কৰাৰ এক সুন্দৰ সুবিধা যদিহে তেওঁলোকে এতিয়ালৈকে চেষ্টা কৰা নাই! এই অফাৰটো উপলদ্ধ কৰিবলৈ www.lionsgateplay.com লৈ গৈ (বা এণ্ড্ৰইড/ আই. ও. এছ. এপটো ডাউনলোড কৰিব লাগিব) ই-মেইল আইডি/ নাম/ ফোন নম্বৰেৰে নিজকে পঞ্জীকৃত কৰিব লাগিব আৰু ৫ ৰপৰা ৮ আগষ্ট ২০২১ ৰ ভিতৰত ৯ টকা পৰিশোধ কৰিব লাগিব। উপভোক্তাগৰাকীয়ে এণ্ড্ৰইড এপ বা ব্ৰাউজাৰৰ সহায়ত লগ ইন কৰাৰ পিছত তেওঁলোকে স্মাৰ্ট টি. ভি., আই. ও. এছ. ডিভাইছৰ লগতে আন যিকোনো ডিভাইছ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিব পাৰে। সংগৃহীত সমলৰ বাবে বিখ্যাত লায়নছগেট প্লেই অলপতে সমালোচকৰদ্বাৰা সমাদৃত শীৰ্ষক যেনে নৰ্মেল পিপল, দা পেক্ট, ৰেথ অৱ মেন, দা গ'জ ৰং শ্ব', চিডিউছড: ইনচাইড এন. আই. এক্স. এম. কালট, দা গাৰ্লফ্ৰেণ্ড এক্সপিৰিয়েঞ্চ, হোম ইক'ন'ম ক্স আদিৰ প্ৰীমিয়াৰ কৰিছিল। উপভোক্তাসকলে সংগৃহীত চিনেমাৰ প্লেলিষ্টখনৰ জৰিয়তে ইণ্ডিয়াজ টপ 10, হোৱাট মিলেনিয়েলছ আৰ ৱাটচিং, বিনজ ৱৰ্থি বক্স ছেট, লায়নছগেট প্লে অৰিজিনেলছ, ফানি চাইড আপ, ডেট নাইট, বলিউড বিনজ এণ্ড থ্ৰীলাৰ, কুইনডম, টলিউড ব্লকবাষ্টাৰ আদি নিচা লগাকৈ চাব পাৰে। লায়নছগেটে প্ৰতি শুক্ৰবাৰে মুক্তি পোৱা শীৰ্ষকৰ জৰিয়তে আৰু দৰ্শকৰ পছন্দ অনুসৰি স্থানীয় কণ্টেন্তৰে ইয়াৰ কণ্টেন্ত লাইব্ৰেৰী বঢ়াই আছে। বৰ্তমান, প্লেটফৰ্মটোত ৬ টা স্থানীয় ভাষা যেনে হিন্দী, মাৰাঠী, তামিল, তেলেগু, কানাড়া আৰু ভোজপুৰীত কণ্টেন্ত উপলদ্ধ আছে। দক্ষিণ এছিয়াৰ এম. ডি. ৰোহিত জৈনে এই মুকলিৰ ওপৰত মন্তব্য কৰি কয় যে, " আমি আমাৰ দৰ্শকসকললৈ এই অসাধাৰণ সীমিত সময়ৰ অফাৰটো এক অতুলনীয় মূল্যত আগবঢ়াবলৈ পাই সুখী। বিনজপাছৰ সহায়ত আমি দেশৰ মিলিয়ন নতুন উপভোক্তাৰ ওচৰ পাবলৈ আৰু তেওঁলোকক লায়নছগেট প্লেৰ কিউৰেটড লাইব্ৰেৰীৰ জৰিয়তে উত্তম চিনেমাটিক অভিজ্ঞতা দিয়াৰ উদ্দেশ্যে লৈছোঁ। এই সীমিত সময়ৰ বিশেষ মূল্যৰ অফাৰটোৱে বহুতো নতুন আৰু নৱপ্ৰজন্মৰ দৰ্শকক আগতে নোপোৱা অতুলনীয় প্ৰীমিয়াম কণ্টেন্ত লাভ কৰিবলৈ সক্ষম কৰিব। লায়নছগেট প্লে হৈছে গোটেই বিশ্বৰ বিভিন্ন প্ৰকাৰ যেনে ড্ৰামা, এক্সন, হৰৰ, ৰোমাঞ্চ, কমেডি আৰু বহুতো উত্তম, নিৰ্ভক আৰু অত্যাধুনিক কণ্টেন্তৰ স্থল। সেৱাটোৰ বিভিন্ন ভাৰতীয় ভাষাৰ চিনেমা আৰু অতি সোনকালে আহিব লগীয়া কিছুমান অৰিজিনেল ভাৰতীয় প্ৰীমিয়ামৰ এক অভূতপূৰ্ব সংগ্ৰহ আছে। আমি আশাবাদী যে এই অফাৰটোৱে গোটেই ভাৰতৰ দৰ্শকৰ পৰা অভূত পূৰ্ব সহাঁৰি লাভ কৰিব।"

টকিঅ’ অলিম্পিকত সম্পূর্ণৰূপে ব্যর্থ হয় ভাৰতীয় শ্বুটাৰ

মঙলবাৰে অনুষ্ঠিত পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনত দুর্বল প্রদর্শন আগবঢ়ায় ভাৰতৰ ঐশ্বর্য প্রতাপ সিং ট’মাৰ আৰু সঞ্জীৱ ৰাজপুতে৷আছাকা শ্বুটিং ৰেঞ্জত অনুষ্ঠিত ইভেণ্টটোৰ ফাইনেললৈ...

ভাৰতত দুবছৰত ২৪হেজাৰ শিশু-কিশোৰে কৰিলে আত্মহত্যা

ভাৰতত দুবছৰত ২৪হেজাৰ শিশু-কিশোৰে কৰিলে আত্মহত্যা। তথ্য অনুসৰি, ভাৰতত ২০১৭ পৰা ২০১৯ৰ সময়ছােৱাত অর্থাৎ দুবছৰত ১৪-১৮ বছৰ বয়সৰ ২৪,০০০ ৰাে অধিক কিশোৰৰে আত্মহত্যা কৰিছিল। এইসকল...

আজি দেশলৈ উভতিব অলিম্পিক পদক জয়ী মীৰাবাঈ চানু

বিয়লি দিল্লীত উপস্থিত হ’ব মীৰাবাঈ চানু টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে জয় কৰিছিল প্ৰথমটো পদক মহিলাৰ ভাৰোত্তোলনৰ ৪৯ কেজি শাখাত লাভ কৰে ৰূপৰ পদক

Popular