ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত স্থান লাভ সোণাৰিৰ চেংগিজ হাছানৰ

নিজৰ প্ৰতিভাৰ স্বীকৃতি স্বৰূপে সদ্য প্ৰকাশিত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২১ ত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে সোণাৰিৰ এগৰাকী ছাত্ৰ। এটা কণীৰ খোলাত...

কেন্দ্ৰীয় মন্ত্ৰী সভাত নতুনকৈ অন্তৰ্ভুক্ত হ’ব লগীয়াসকল

শ্ৰী নাৰায়ণ টাটু ৰামেশ্ৰী সৰ্বানন্দ সোনোৱালড° বিৰেন্দ্ৰ কুমাৰশ্ৰী জ্যোতিৰাদিত্য ম সিন্ধিয়াশ্ৰী ৰাম চন্দ্ৰ প্ৰসাদ সিংশ্ৰী অশ্বনী বৈষ্ণৱশ্ৰী প্ৰসো প্ৰতি কুমাৰ পৰশশ্ৰী কিৰণ ৰিজিজুশ্ৰী ৰাজ...

BREAKING মোদীৰ সম্প্ৰসাৰণ মন্ত্ৰী সভাৰত সৰ্বানন্দ সোনোৱাল !

কেন্দ্ৰীয় মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ পূৰ্বে মন্ত্ৰী দায়িত্ব দিব লগিয়া প্ৰাৰ্থীসকলৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথম শাৰীত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন ক্ৰিয়া মন্ত্ৰী...

অসমবাসীৰ বাবে আন এক গৌৰৱ : ৰাষ্ট্রসংঘৰ ছবি মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া চলচ্চিত্ৰ ‘লাইফ ইন এ পাপেট’

▶️বিশ্বজুৰি প্ৰত্যক্ষ কৰিব অগণন চলচ্চিত্ৰ প্ৰেমী দৰ্শকে৷ অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে পুনৰ ভাল খবৰ।ৰাষ্ট্রসংঘৰ ইউনেস্ক’ৰ ছবি মহোৎসৱলৈ নিৰ্বাচিত হ’ল ৰাজেন দাস পৰিচালিত 'লাইফ ইন এ...

অভিনেতা দিলীপ কুমাৰ আৰু নাই

বলীউডৰ প্ৰবীণ অভিনেতা দিলীপ কুমাৰ আৰু নাই ৷ তেওঁ আজি ৰাতিপুৱা ৭.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৯৮ বছৰ...

Popular