ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Tahawwur Rana Extradition: ২৬/১১ৰ মুম্বাই আক্ৰমণত মুম্বাইতে আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা

২৬/১১ৰ মুম্বাই আক্ৰমণত মুম্বাইতে আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা।(Tahawwur Rana Extradition)কথমপি ৰক্ষা পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ।ঘটনাৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা আছিল মুম্বাইত।

MP Kangana Ranaut: চন্দ্ৰত দাগ আছে কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ নাইঃ কংগনা ৰাণাৱট

হিমাচল মধ্যপ্ৰদেশৰ বজাৰত ভাষণ দি কংগনা ৰানাৱটে কংগ্ৰেছৰ নেতাগক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।(MP Kangana Ranaut)

Narendra Modi: ৰাছিয়াৰ বিজয় দিৱসলৈ নিমন্ত্ৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক !

ৰাছিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘বিজয় দিৱস’ উদযাপনলৈ আমন্ত্ৰণ জনাইছে, মে’ মাহত মস্কো ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে।(Narendra Modi)

Saudi Arabia Visa ban: হজৰ পূর্বে ভাৰতকে ধৰি বিশ্বৰ ১৪খন দেশৰ ভিছা নিষিদ্ধ কৰিলে ছৌদি আৰবে

ছৌদি আৰবে ভাৰতকে ধৰি ১৪খন দেশৰ নাগৰিকৰ বাবে উমৰা,(Saudi Arabia Visa ban) ব্যৱসায়িক, আৰু পৰিয়ালৰ ভ্ৰমণৰ ভিছা প্ৰদান সাময়িকভাৱে বন্ধ কৰি দিছে৷

Student Visa: ট্ৰাম্প প্ৰশাসনৰ ৱৰ্ক ভিছা বন্ধ কৰাৰ পৰিকল্পনাঃ কৰ্মসংস্থাপনহীনতাৰ আতংকই খেদি ফুৰিছে বহু ভাৰতীয় শিক্ষাৰ্থীক

প্ৰব্ৰজনকাৰীৰ বিতাড়ন আৰু কঠোৰ ভিছা নিয়ন্ত্ৰণ ড’নাল্ড ট্ৰাম্পৰ প্ৰচাৰ অভিযানৰ প্ৰতিশ্ৰুতিৰ এটা মূল অংশ আছিল। যাৰ ফলত বৰ্তমানৰ এফ-১ আৰু এম-১ ভিছাধাৰীসকলৰ মাজত অস্বস্তিৰ সৃষ্টি হৈছে।(Student Visa)

Popular