ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

LPG price up Rs 50: ৫০ টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, পেট্ৰ’ল-ডিজেলতো বাঢ়িল আৱকাৰী শুল্ক

মূল্যবৃদ্ধিৰ জুইত দগ্ধ দেশবাসীক পুনৰ গেছ আৰু তেলৰ শুল্ক বৃদ্ধিৰে মাধমাৰ শোধালে কেন্দ্ৰীয় চৰকাৰে।(LPG price up Rs 50) শেহতীয়া চৰকাৰী সিদ্ধান্ত অনুসৰি সমগ্ৰ দেশতে বাণিজ্যিক আৰু ঘৰুৱা উভয় শ্ৰেণীৰ এলপিজি চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে।

First Vertical Lift Sea Bridge । ভাৰতৰ প্ৰথমখন চি ৱাটাৰ ভাৰ্টিকেল লিফ্ট ব্ৰীজ: ৰামনাথপুৰমত মুকলি হ’ল নতুন পাম্বান সেতু ।

First Vertical Lift Sea Bridge । ভাৰতৰ প্ৰথমখন চি ৱাটাৰ ভাৰ্টিকেল লিফ্ট ব্ৰীজ: ৰামনাথপুৰমত মুকলি হ’ল নতুন পাম্বান সেতু ।

Donald Trump: ট্ৰাম্পৰ নীতিয়ে আমেৰিকানসকলৰ পকেট জ্বলাইছে !

ড’নাল্ড ট্ৰাম্পৰ শুল্ক প্ৰভাৱ ফল-মূল আৰু শাক-পাচলি, ৱাইনৰ পৰা আৰম্ভ কৰি কফিলৈকে ট্ৰাম্পৰ শুল্কৰ বাবে আমেৰিকানসকলে অধিক দামত কিনিবলগীয়া হ’ব পাৰে?(Donald Trump)

Waqf Bill: লোকসভাৰ পাছত ৰাজ্যসভাতো ৱাকফ সংশোধনী বিধেয়ক গৃহীত, ৱাকফ বিধেয়কক লৈ কি ক’লে প্ৰধানমন্ত্ৰীয়ে ?

সংসদত ৱাকফ বিধেয়ক গৃহীত হোৱাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে কয় বুধবাৰে লোকসভাত গৃহীত হোৱাৰ পিছত বৃহস্পতিবাৰে গভীৰ নিশা সংসদৰ উচ্চ সদন ৰাজ্যসভাত ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫ গৃহীত হয়। ফলত বিধেয়কখন আইনত পৰিণত হোৱাটো সময়ৰ কথা।(Waqf Bill)

Waqf Bill: লোকসভাত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক

লোকসভাত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক।(Waqf Bill) বিধেয়কখনৰ সপক্ষত ২৮৮ গৰাকী সাংসদৰ ভোটদান।

Popular