Breaking

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

0 2,067

সমগ্ৰ ভাৰতবৰ্ষৰ লগত সংগতি ৰাখি আজি দুপৰীয়া ১২ বজাত দঃশালমাৰা মানকাচৰ জিলাৰ, মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত হাটশিঙিমাৰীৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। উক্ত প্ৰেছ দিৱসৰ সভাত উপস্থিত আছিল মুখ্য আহ্বায়ক মহকুমা সদৰ এছ ডি অ তথা মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ ইনচাৰ্জ বিষয়া এছি এছ বিক্ৰম ছেএী, তথ্য আৰু জনসংযোগ বিভাগৰ জুনিয়ৰ এছিটেন্ট শান্তনু শইকীয়া, তথ জেষ্ঠ সাংবাদিক তথা হাটশিঙিমাৰী মহাবিদ্যালয়ৰ উপাধ্যক্ষ জহিৰুল ইছলাম, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি খলিলুৰ ৰহমান। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে জিলাখনৰ কেইজন মান জেষ্ঠ সাংবাদিকক ফুলন গামোচা আৰু জাপিৰে সম্ভথনা জনায়। আসাম তৃীবুনৰ জেষ্ঠ সাংবাদিক আবু হানিফ, হাসান খান, শুজিত বেজবৰুৱা ডিৱাই, নুৰুল আজিম দৈনন্দিন বাৰ্তা মানকাচৰ, মনোৱাৰ হোছেইন আধুনিক অসম, সফিকুল ইছলাম আমাৰ অসম আৰু ফাৰহাদ আহমেদ নিউজ লাইভ।

Leave A Reply