April 18, 2024 কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব নৱ কুমাৰ শৰণীয়াই… Share FacebookTwitterWhatsAppTelegramKooEmail কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব নৱ কুমাৰ শৰণীয়াই। নৱ শৰণীয়া ST নহয় বুলি ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । জাতিগত প্ৰমাণ-পত্ৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়। Author: দৈনন্দিন বাৰ্তা Related Articles CM Nitish Kumar: মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত দৈনন্দিন বাৰ্তা - December 20, 2025 Narendra Modi: দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দৈনন্দিন বাৰ্তা - December 20, 2025 ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025