নেপালত মাজনিশা ভয়ংকৰ ভূমিকম্প।(Nepal Earthquake)
নিশা ২.৩৫ বজাত অনুভূত হয় জোকাৰণি।
ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৬.১।
দুবাৰকৈ অনুভূত হয় এই জোকাৰণি।
কাঠমাণ্ডু আৰু বিহাৰ সীমান্তৰ সমীপত জোকাৰণি।
এই ভূমিকম্প বিহাৰ, শিলিগুৰি আৰু ভাৰতৰ অন্যান্য চুবুৰীয়া অঞ্চলত কম্পন অনুভৱ হয়।