Breaking

লোহাৰৰ কেৰাহীত এই সমূহ বস্তু ৰান্ধি কেতিয়াও নাখাব, আপোনাৰ স্বাস্থ্য ক্ষতি হোৱাৰ সম্ভাৱনা…

0 90

এই সমূহ বস্তু লোহাৰৰ কেৰাহীত সিজাই নাখাব, ই আপোনাৰ স্বাস্থ্য ক্ষতি কৰিব পাৰে! লোহাৰ কেৰাহীত খাদ্য ৰান্ধিলে ভাল বুলি গণ্য কৰা হয়। কিন্তু, যদি আপুনি আমিষভোজী, তেন্তে আপুনি লোহাৰ কেৰাহীত মাছ ৰান্ধে, লোহাৰৰ কেৰাহীত যদি মাছ ৰান্ধে তেন্তে বেছিকৈ মাছ লাগি ধৰে কেৰাহীত। সেইবাবেই ৰান্ধিবলৈ বৰ কষ্টকৰ হৈ পৰে। যাৰ কাৰণে মাছ জ্বলি যায়।সেয়েহে মাছ কেতিয়াও লোহাৰ কেৰাহীত ৰান্ধি খাব নালাগে।

বেছিভাগ মানুহেই লোহাৰ কেৰাহীত অমলেট তৈয়াৰ কৰে, কিন্তু তেনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। সেইবাবেই লোহাৰ কেৰাহীত অমলেট বনাই খাব নালাগে।

পাস্তা বেছিভাগ মানুহেই ভাল পায়। কিন্তু পাস্তা লোহাৰ কেৰাহীত বনালে লাগি ধৰে, যাৰ ফলত ইয়াৰ সোৱাদ বেয়া হয়।

লোহাৰ কেৰাহীত হালোৱা কেতিয়াও বনাব নালাগে কাৰণ লোহাৰ কেৰাহীত হালোৱা বনালে সেই পাত্ৰটোৰ গোন্ধ ওলাব পাৰে যিয়ে আপোনাৰ ৰুচি নষ্ট কৰিব পাৰে।

ভাত কেতিয়াও লোহাৰ পাত্ৰত ৰান্ধিব নালাগে। কাৰণ চাউল লাগি ধৰাৰ সম্ভাৱনা। ইয়াৰ ফলত চাউল জ্বলি যাব পাৰে।

Leave A Reply

Your email address will not be published.