পিকনিকক লৈ আৰক্ষীয়ে জাৰি কৰিছে SOP।
ঘন কুঁৱলীৰ মাজত মানুহে পিকনিক আৰম্ভ কৰিব নালাগে।
কুঁৱলী কমাৰ পাছতহে চলাব পাৰিব বাহন।
ঘন কুঁৱলীত বাহন চলালে এনেকুৱা দুৰ্ঘটনা হৈয়েই থাকিব।
দেৰগাঁৱৰ বালিজানৰ ভয়ংকৰ দুৰ্ঘটনা সন্দৰ্ভত এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

