Breaking

দেশৰ ভিন্ন স্থানলৈ ৰোহিংগীয়া প্ৰেৰণ কৰা এজেণ্টৰ বিৰুদ্ধে দেশজুৰি NIAৰ অভিযান; গ্ৰেপ্তাৰ ৪৪টা এজেণ্ট

0 67

ৰোহিংগীয়াৰ বিৰুদ্ধে দেশজুৰি NIAৰ অভিযান। এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে ৪৪ টাকৈ এজেণ্টক। অভিযানত কাম কৰি আছে অসম আৰক্ষীৰ ১৭ টা দলে। টুইটাৰযোগে এই তথ্য সদৰী কৰিলে DGP জি পি সিঙে।

DGP জি পি সিঙে টুইটাৰত কয়, “ৰোহিংগীয়াৰ অনুপ্ৰৱেশ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আৰু অসমক কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰাৰ এই প্ৰচেষ্টা সফলভাৱে বিফল হৈছে।

আমাৰ হাতত থকা সকলো সম্পদ ব্যৱহাৰ কৰি আমি কঠোৰতম সতৰ্কতা বজাই ৰাখিবলৈ আৰু তেওঁলোকৰ কুৎসিত ডিজাইনসমূহ ধ্বংস কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ”।

Leave A Reply