ৰঙিয়াত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ । আজি ৰঙিয়াৰ শ্ৰমিক ভৱন প্ৰাঙ্গণত নিখিল ভাৰত কৃষক সভা কামৰূপ জিলাৰ উদ্যোগত অমানৱীয়ভাৱে উচ্ছেদ ,অত্যৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰু কৃষি / কৃষক বিৰোধী তিনিখনকৈ আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে

