Breaking

কলা শাখাত তৃতীয় স্থান লাভ কৰি বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিলে নিলয় কুৰ্মীয়ে…

0 1,629

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ফলাফলে।কলা শাখাত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ নাচবুৰ নিবাসী তথা নগাঁও ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্র নিলয় কুৰ্মীয়ে।

নিলয় কুৰ্মী পিতৃ নৱজ্যোতি কুৰ্মী আৰু মাতৃ ৰুমী কুৰ্মী।নিলয় কুৰ্মী পিতৃ পেছাত এজন ফাৰ্মাচী বুলি জানিব পৰা গৈছে।

Leave A Reply