আজি অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।(Nirmala Sitharaman)
কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
গুৱাহাটী প্ৰৱেশদ্বাৰ টাৰ্মিনেল আৰু ঘাট মুকলি কৰিব সীতাৰমণে।
ভাসমান টাৰ্মিনেলে নদী পৰ্যটনত নতুন দিগন্তৰ সূচনা কৰিব।
ব্ৰহ্মপুত্ৰ নদী পাৰ- ‘সতী ৰাধিকা শান্তি উদ্যানো’ মুকলি কৰিব।
৩২৭ কোটি টকা ব্য়য় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে শান্তি উদ্য়ান।
মুকলি অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

