Breaking

কোনো বিদ্যালয় বন্ধ নহয় ! ১১ হাজাৰ বিদ্যালয় একত্ৰীকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সামাজিক মাধ্যমত স্পষ্টীকৰণ…

0 190

‘কোনো বিদ্যালয় বন্ধ নহয় ৷ বহনক্ষম ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয়সমূহ একত্ৰীকৰণ কৰা হ’ব৷

৩০ গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয় একত্ৰীকৰণ কৰা হ’ব’৷

১১ হাজাৰ বিদ্যালয় একত্ৰীকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সামাজিক মাধ্যমত স্পষ্টীকৰণ৷

Leave A Reply