আজিৰে পৰা মনোনয়ন দাখিল পৰ্ব আৰম্ভ

আজিৰে পৰা মনোনয়ন দাখিল পৰ্ব আৰম্ভ।

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিব মনোনয়ন পত্ৰ।

মনোনয়ন দাখিলৰ পূৰ্বে মহানগৰীৰ ভূতনাথত মুখ্যমন্ত্ৰীগৰাকী।

মাজনিশা ভূতনাথৰ মা কালী মন্দিৰত সেৱা ল’লে ড৹ শৰ্মাই।

পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে মন্দিৰত বিশেষ পূজা-অৰ্চনা।

খানাপাৰাৰ পৰা বিশাল ৰেলী কৰি কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰীয়ে।

Related Articles