উত্তৰ-পূৰ্বাঞ্চল

গিৰিডিহত মুখ্য পথত বাইক আৰোহীৰ পথ দুৰ্ঘটনা

বেঙ্গাবাদ-চাত্ৰো মুখ্য পথৰ ছোটকিখাৰ্গদিহাৰ ওচৰত এখন অচিনাক্ত ট্ৰাকে মটৰচাইকেল আৰোহী যুৱকজনক দৌৰাই গৈছিল। বাইকত আৰোহী যুৱকজনৰ ঘটনাস্থলীতে মৃত্যু হয়। ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে...

মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট ৷

মৰিগাঁও জিলাৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয়ৰ প্ৰাংগনত বুধবাৰে তিৱা ছাত্ৰ সন্থাৰ বহু কেইটা দাবী উত্থাপন কৰি এক ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ কৰে ৷ মধ্য...

কঠোৰ বিশ্বব্যাপী অৰ্থনৈতিক নিষেধাজ্ঞা স্বত্বেও, ভাৰতে ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিছে।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীৰ আগত ভাৰতীয় বংশোদ্ভূত বিষয়াৰ আমেৰিকা ভ্ৰমণ । আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ উপ- ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (উপ এনএছএ) দলিপ সিঙে দুদিনীয়া ভ্ৰমণত...

মীৰাবাই চানুৰ বিবিচি ইণ্ডিয়ান স্পৰ্টছৱমেন অফ দা ইয়েৰ বঁটা লাভ

মীৰাবাই চানুৱে বিবিচি ইণ্ডিয়ান স্পৰ্টছৱমেন অফ দা ইয়েৰ বঁটা লাভ কৰে । ভাৰতীয় ভাৰোত্তোলক চাইখোম মীৰাবাই চানুক 'বিবিচি ইণ্ডিয়ান স্পৰ্টছৱমেন অফ দা ইয়েৰ(ইচডব্লিউওটিৱাই)'ৰ...

শ্ৰমিক আৰু জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত নাজিৰাত অৱস্থান ধৰ্মঘট

ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনে আহ্বান জনোৱা দেশজোৰা সাধাৰণ ধৰ্মঘট নাজিৰাতো এ আই টি ইউ চি অন্তৰ্গত ভালেকেইখন ইউনিয়নৰ কৰ্মকৰ্তাই পালন কৰে ৷ শ্ৰমিকসকলে...

Popular