উত্তৰ-পূৰ্বাঞ্চল

ছাত্ৰ-ছাত্ৰী, মহিলা আৰু কৃষকসকলৰ বাবে মুখ্যমন্ত্ৰীৰ ১০টা ডাঙৰ ঘোষণা । himanta biswa sarma

ছাত্ৰ-ছাত্ৰী, মহিলা আৰু কৃষকসকলৰ বাবে মুখ্যমন্ত্ৰীৰ ১০টা ডাঙৰ ঘোষণা । himanta biswa sarma

Rangali Bihu festival:এক ব’হাগত বংশৰ ৰঙালী বিহু সন্মিলন 

দৈনন্দিন বাৰ্তা সেৱা, দদৰা, ২৯ মাৰ্চ: সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ(Rangali Bihu festival) ৫৫ সংখ্যক ৰঙালী বিহু সন্মিলন এইবেলি অহা এক বহাগত ৫৫খন পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিব।(Assamese New Year)

Parag Festival:সোৱণশিৰিত উদুলি-মুদুলি বগুম গাঁৱৰ প:ৰাগ উৎসৱ

দৈনন্দিন বাৰ্তা সেৱা, সোৱণশিৰি,২৭ মাৰ্চ: উদুলি-মুদুলি বগুম গাঁৱৰ প:ৰাগস্থলী(Parag Festival)। ২৫ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা বগুম গাঁৱৰ প:ৰাগত গুমৰাগ আৰু ঐনিতমৰ ছন্দত মুখৰিত হৈ পৰে।(Bagum Village)

Government Sector School:টিংখাঙৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ হেতা ওপৰা

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৭ মাৰ্চ: টিংখাঙৰ এখন চৰকাৰী(Government Sector School) খণ্ডৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে দেখা গ'ল এক বিপৰীত দৃশ্য।বিদ্যালয়খনত ষষ্ঠ আৰু অষ্টম শ্ৰেণীত নামভৰ্তি কৰিবলৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ব্যাপক সমাগম পৰিলক্ষিত হয়।

এন এইচ এম কৰ্মচাৰীৰ দুৰ্দশা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিলে সাংসদ সুস্মিতা দেৱে । NHM

দৈনন্দিন বাৰ্তাৰ সেৱা , মঙলদৈ বিশেষ সেৱা ,২৬ মাৰ্চ :NHM । ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ 'নিঃক্ষয় পোষণ যোজনা'ত উল্লেখনীয় সাফল্য লাভ কৰাৰ বাবে অসমে...

Popular