উত্তৰ-পূৰ্বাঞ্চল

Poetry recitation competition: নীৰেন বৰুৱা সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতা

নিউ আৰ্ট প্লেয়াৰ্ছ সাংস্কৃতিক প্ৰকল্পৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত ২৪ নবেম্বৰতা নীৰেন বৰুৱা(Neeren Baruah) সোঁৱৰণী আবৃত্তি প্ৰতিযোগিতা(Poetry recitation competition) আয়োজন কৰে৷

AAP:’আপ’ৰ বিশ্বনাথ জিলাৰ সভাপতি মেহুৱেল বসুমতাৰীক অপসাৰণ

দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত আম আদমী পাৰ্টিৰ(AAP) বিশ্বনাথ জিলা(Bishwanath) সমিতিৰ সভাপতি মেহুৱেল বসুমতাৰীক দায়িত্বৰ পৰা অপসাৰণ(president Mehuel Basumatary removed) কৰা হৈছে।

Lachit Borphukan:দেশপ্ৰেমঃ বীৰত্বৰ বিৰল সত্তা

দেশপ্ৰেম নো আচলতে কি? বিখ্যাত ৰুছ সাহিত্যিক লিঅ' টলষ্টয়ে দেশপ্ৰেম(Patriotism) সম্বন্ধে কৈছে- দেশপ্ৰেমৰ(Lachit Borphukan) আটাইতকৈ সহজ, স্পষ্ট আৰু নিঃসন্দেহ অৰ্থ শাসক সকলৰ বাবে তেওঁলোকৰ উচ্চাকাংক্ষা আৰু লোভী ইচ্ছা লাভ কৰাৰ এক উপায় আৰু শাসিত সকলৰ বাবে ক্ষমতাত থকা সকলৰ ওচৰত মানৱীয় মৰ্য্যাদা, যুক্তি, বিবেক আৰু দাসত্বৰ মোহ ত্যাগ কৰাৰ বাহিৰে আন একো নহয়।

BJP defeated Congress in Dhalai:ধলাইত ৯ হাজাৰ ৯৮টা ভোটত জয়ী বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস

ধলাইত বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ জয়লাভ(BJP defeated Congress in Dhalai)। কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থক পৰাস্ত কৰে তেওঁ।(Assam By-Election) বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। প্ৰায় ৯ হাজাৰ ৯৮টা ভোটত জয়ী নীহাৰ ৰঞ্জন দাস।

Family-centric politics:চামগুৰিত অৱসান ঘটিল ৰকিবুলৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ

২৪ বছৰীয়া দীৰ্ঘ বিৰতিৰ পাছত অৱশেষত চামগুৰিৰ(Samaguri) পৰা অৱসান ঘটিল ৰকিবুল হুছেইনৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ(Family-centric politics)।

Popular