উত্তৰ-পূৰ্বাঞ্চল

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঢেকীয়াজুলি আৰক্ষীৰ বৃহৎ সফলতা

স্বাধীনতা দিৱসংস্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঢেকীয়াজুলি আৰক্ষীৰ বৃহৎ সফলতা ৷ যোৱাকালি নিশা শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষীথানা এলেকাৰ বাতাচীপুৰৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম...

১প্ৰথম বি এন এছ এছ উদ্যোগত অমৃত বৃক্ষ আন্দোলন ২০২৪ সোণাপুৰৰ উদ্যোগত অনুষ্ঠিত হয়

অমৃত বৃক্ষ আন্দোলনৰ অধীনত ১প্ৰথম বি এন এছ এছ সোণাপুৰ ৰ উদ্যোগত অনুষ্ঠিত হয় অমৃত বৃক্ষ আন্দোলন ২০২৪ৰ অধীনত নলবাৰীৰ সৰিয়াতোলিৰ...

গোৱালপাৰাত ভাৰতীয় জনতা যুৱ মর্চাৰ বিশাল বাইক ৰেলি

ভাৰতবর্ষৰ 78 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ প্ৰতিটো পৰিয়ালে যাতে ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে উলহ মালসেৰে স্বাধীনতা দিৱস উদযাপন কৰে তাৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা...

মণিপুৰৰ কাংপকপি জিলাৰ লুংহৌৰ এলেকাত পুনৰ উদ্ধাৰ বুজন সংখ্যক অস্ত্ৰশস্ত্ৰ…

মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে।‌ বিষ্ণুপুৰ উয়ুমাখং আৰু কাংপকপি জিলাৰ লুংহৌৰ এলেকাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ অস্ত্ৰশস্ত্ৰ...

শিৱসাগৰৰ এঘাৰ বছৰীয়া চাহিন আফতাৰা বেগমে কিক বক্সিং আৰু উছোত সাফল্য

শিৱসাগৰৰ এঘাৰ বছৰীয়া চাহিন আফতাৰা বেগমে কিক বক্সিং আৰু উছোত সাফল্য এগৰাকী কণমানি খেলুৱৈ। মাত্ৰ এঘাৰ বছৰ বয়সতে একাধিক প্ৰতিযোগিতাত পদক লাভ কৰি শিৱসাগৰলৈ গৌৰৱ...

Popular