উত্তৰ-পূৰ্বাঞ্চল

ভৱিষ্যতক সবলীকৰণঃ শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি দায়বদ্ধতা পুনৰ দৃঢ় কৰিলে বিটিচিৰ মুৰব্বী

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত বডোলেণ্ড যুৱ সবলীকৰণ কাৰ্যসূচীৰ অধীনত ন’ডেল শিক্ষকৰ সৈতে এক অভিমুখী-সহ-পৰামৰ্শ সভা অনুষ্ঠিত হয়। বৈঠকত অংশগ্ৰহণ কৰি বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে সমগ্ৰ...

মণিপুৰত মেইটেই জনগোষ্ঠীৰ বাসভৱনত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ…

পুনৰ অশান্ত হৈছে মণিপুৰৰ জিৰিবামমেইটেই জনগোষ্ঠীৰ বাসভৱনত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ জিৰিবামৰ বৰবেক্রাত সংঘটিত ঘটনা আৰক্ষী থানাৰ চাৰিশ মিটাৰ নিলগত থকা বাসগৃহত অগ্নিসংযোগ ঘটনাৰ সময়ত ঘৰকেইটাত নাছিল কোনো লোকগোষ্ঠীসংঘৰ্ষৰ...

অৱশেষত জাননী জাৰি কৰিলে কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদে…

অৱশেষত জাননী জাৰি কৰিলে কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদে ৷পিজিআৰ আৰু ভিজিআৰ মাটিত অবৈধভাৱে দখল বিৰোধ পশ্চিম কাৰ্বি আংলংঙৰ ডংকামোকাম ৰাজহ চক্ৰ অধীস্তখেৰণীত PGR ...

কামৰূপ মহানগৰ( ১৭ বছৰ অনুৰ্দ্ধৰ আন্ত:বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি

কামৰূপ মহানগৰ( ১৭ বছৰ অনুৰ্দ্ধৰ আন্ত:বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি কামৰূপ মহানগৰ জিলাৰ ১৭ বছৰ অনুৰ্দ্ধৰ ল'ৰা আৰু ছোৱালীৰ লগতে ১৫ বছৰ অনুৰ্দ্ধৰ ল'ৰা শাখাৰ...

গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ মহৎ প্ৰদেক্ষেপ : এক পেৰ মা কে নাম

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এইবাৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ‘এক পেৰ মা কে নাম’ অভিযান আৰম্ভ কৰি আমাৰ পৃথিৱীখন সেউজ কৰি তোলাত সকলোকে অৰিহণা যোগাবলৈ আহ্বান...

Popular