Breaking

এখন দুখন নহয় ১০ খন ফটো শ্বেয়াৰ কৰিলে জানৱী কাপুৰে। ভৰি পৰা মূৰৰ লৈকে….

0 52

জানৱী কাপুৰৰ শেহতীয়া ফটোৱে সামাজিক মাধ্যমত সৃষ্টি কৰিছে তোলপাৰ। জানৱীয়ে সামাজিক মাধ্যমত কেৱল এখন বা দুখন নহয় বহু ছবি একেলগে শ্বেয়াৰ কৰিছে। ২৬ বছৰীয়া জানহৱী কাপুৰে ছচিয়েল মিডিয়াত নিজৰ বহু ধুনীয়া ফটো শ্বেয়াৰ কৰিছে। ফটো সমূহ চাওক…



‘ধদক’ ছবিৰে বলীউডত অভিষেক ঘটোৱা জানৱী কাপুৰৰ সময়ৰ লগে লগে বহু পৰিৱৰ্তন হৈছে। দৰাচলতে অভিনেত্ৰীগৰাকীৰ অভিনয়তকৈও বেছি চৰ্চিত হৈছে অভিনেত্ৰীগৰাকীৰ বল্ড লুক। জানৱীক শেষবাৰৰ বাবে দেখা গৈছিল বৰুণ ধাৱনৰ সৈতে ‘বোৱাল’ ছবিত। চলিত বৰ্ষৰ ২১ জুলাইত মুক্তি পালে এই ছবিখন। এই ছবিখন এহাল বিবাহিত দম্পতীৰ কাহিনী আৰু ইয়াত দেখুওৱা হৈছে যে কেনেকৈ দুজন মানুহে এৰেঞ্জ মেৰেজত এডজাষ্ট হয়। জানৱীৰ আগন্তুক ছবি ‘দেৱৰা’ য’ত তেওঁক জুনিয়ৰ এন টি আৰৰ সৈতে দেখা যাব।

Leave A Reply